04/08/2022
ইয়াৰ দ্বাৰা হাবি ৰাধাকুছি গাঁৱৰ ১৬ নং খণ্ডৰ ভোটাৰ সকলক জনোৱা যায় যে, অহা ১৫ আগষ্ট ২০২২ তাৰিখৰ আগতে নিজৰ নিজৰ আধাৰ কাৰ্ড আৰু ভোটৰ কাৰ্ডৰ Xerox কপি এখনকৈ আৰু লগতে মোবাইল নম্বৰ সহ ই-মেইল BLO ৰ হাতত জমা দিয়ে যেন।
মনজিৰা বেগম BLO, ১৬ নং খণ্ড হাবি ৰাধাকুছি