Ne Green Abacus, Tamulpur, Baksa, Assam

Ne Green Abacus, Tamulpur, Baksa, Assam "Ne Green Abacus'' increase the mental calculation. Abacus is a mental arithmetic concept. For mo

আপোনাৰ সন্তানক বুদ্ধিমান কৰাৰ বাবে একটি পদক্ষেপ | যোগায়োগ কৰক
27/04/2020

আপোনাৰ সন্তানক বুদ্ধিমান কৰাৰ বাবে একটি পদক্ষেপ | যোগায়োগ কৰক

30/01/2020

বিদ্যাৰ দেৱী সৰস্বতী পূজাৰ শুভেচ্ছা জনালো ৷

18/11/2019
03/11/2019

আপোনাৰ মৰমৰ সন্তানটোক সৰুৰে পৰা আত্মবিশ্বাসী আৰু মনোযোগী কৰি তুলিব বিচাৰে নেকি ?

তেন্তে যোগাযোগ কৰকঃ
,
Tamulpur

Ph: 7002548941

27/08/2019

তামুলপুৰ অঞ্চলৰ উঠি অহা প্ৰজন্মক শৈশৱৰ পৰাই অংকৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু সুন্দৰ হাতৰ আখৰৰ গৰাকী কৰি তুলিবলৈ আমাৰ অহৰহ প্ৰচেষ্টা অব্যাহত আছে ৷

আমাক লাগে মাথো তামুলপুৰীয়া সচেতন অভিভাৱকৰ সহযোগিতা ৷

NE Green Abacus, Tamulpur
NE Unique Calligraphy, Tamulpur

অধিক জানিবলৈ আমাক যোগাযোগ কৰকঃ ৭০০২৫৪৮৯৪১

02/05/2019

সু প্ৰভাত

#নিজৰ #সন্তানৰ #বাবে #অত্যন্ত #জৰুৰী #বৰ্তমান #সময়ত ৷

এতিয়া সকলোতে কেৱল প্ৰতিযোগিতা ৷

শিশু মনবোৰ অতি কোমল ৷ শৈশৱৰ পৰাই আমি শিশুক আঙুলিত ধৰি জীৱনটোৰ বাবে এটা ভাল বাট দেখুৱাব পাৰো ৷ তাৰে বাবে লাগে মাথো অভিভাৱকৰ সকলৰ সু চিন্তা আৰু গুৰুত্ব৷

ঠিক তেনেদৰে শৈশৱৰ পৰা নিজৰ সন্তানক বুদ্ধিয়ক, মনোযোগী, আত্মবিশ্বাসী আৰু অংকৰ প্ৰতি আগ্ৰহী হোৱাটো সকলোৱে বিচাৰে ৷

আৰু তাৰ বাবে প্ৰয়োজন শিশুটোক Abacus শিকোৱাৰ ৷

ভাৰতৰ লগতে বিশ্বৰ আন আন দেশৰ সন্তান আৰু শিক্ষাৰ প্ৰতি সচেতন অভিভাৱক সকলে নিজৰ সন্তানক Abacus শিকায়৷

এগৰাকী বুদ্ধিয়ক সন্তানৰ অভিভাৱকৰ হ’বলৈ প্ৰতিগৰাকী পিতৃ-মাতৃৰ সপোন থাকে ৷ এই সপোন সহজতে পূৰণ কৰিব পৰা শিক্ষা ব্যৱস্থাটো হ’ল Abacus.

তামুলপুৰটো Abacus শিকোৱাৰ সম্পুৰ্ণ সু-ব্যৱস্থা আছে ৷

তামুলপুৰত প্ৰতি সপ্তাহত দুদিন এক ঘন্টাকৈ
স্কুলৰ সময়ৰ পিছত আবেলি সময়ত Abacus ৰ Group wise ক্লাছ কৰা হয় ৷

তামুলপুৰত সন্তানক Abacus শিকাবলৈ ইচ্ছ্যুক অভিভাৱক সকলে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে:

NE Green Abacus, Tamulpur Bazar Chowk
Phone : 7002548941, 9101756051

( অনুগ্ৰহ কৰি সকলোৱে এই খৱৰটো জানিবৰ বাবে মেচেজটো শ্বেয়াৰ কৰিব ৷)

25/04/2019

Address

U. T Road
Tamulpur
781368

Opening Hours

Monday 4pm - 5pm
Tuesday 4pm - 5pm
Wednesday 4pm - 5pm
Thursday 4pm - 5pm
Friday 4pm - 5pm
Saturday 4pm - 5pm
Sunday 4pm - 5pm

Telephone

+917002548941

Alerts

Be the first to know and let us send you an email when Ne Green Abacus, Tamulpur, Baksa, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Ne Green Abacus, Tamulpur, Baksa, Assam:

Shortcuts

Share

Category