SAJB, Sankar Ajan Jatiya Bidyalaya,Khandikar

SAJB, Sankar Ajan Jatiya Bidyalaya,Khandikar SAJB, Sankar Ajan Jatiya Vidhayalaya, khandikar is situated 4 kms away from rangia town at rangia-latibari road.

ভালকৈ পঢ়াশুনা কৰি ভাল ৰিজাল্ট কৰিব বিচৰা সকলোলৈ অন্তিম আহ্বান । নতুন পৰিকল্পনাৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিশেষ পাঠদানৰ ব্...
01/05/2026

ভালকৈ পঢ়াশুনা কৰি ভাল ৰিজাল্ট কৰিব বিচৰা সকলোলৈ অন্তিম আহ্বান । নতুন পৰিকল্পনাৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিশেষ পাঠদানৰ ব্যৱস্থাৰ লগতে দূৰণিবটীয়া ছাত্ৰ ছাত্ৰীৰ বাবে গাড়ীৰ ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সূকীয়াকৈ হোষ্টেলৰ ব্যৱস্থা কৰা হ'ব। অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। এতিয়াই 8011428107 নম্বৰত ফোন বা মেছেজ কৰক অথবা বিদ্যালয়ৰ কাৰ্যলয়ত আহি যোগাযোগ কৰক। # # #@ নামভৰ্তিৰ অন্তিম তাৰিখ 10 মে 2026।

01/05/2026

ভালকৈ পঢ়াশুনা কৰি ভাল ৰিজাল্ট কৰিব বিচৰা সকলোলৈ অন্তিম আহ্বান । নতুন পৰিকল্পনাৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিশেষ পাঠদানৰ ব্যৱস্থাৰ লগতে দূৰণিবটীয়া ছাত্ৰ ছাত্ৰীৰ বাবে গাড়ীৰ ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সূকীয়াকৈ হোষ্টেলৰ ব্যৱস্থা কৰা হ'ব। অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে। এতিয়াই 8011428107 নম্বৰত ফোন বা মেছেজ কৰক অথবা বিদ্যালয়ৰ কাৰ্যলয়ত আহি যোগাযোগ কৰক। নামভৰ্তিৰ অন্তিম তাৰিখ 10 মে 2026।

আপোনাৰ ল'ৰা-ছোৱালী পঢ়াত অমনোযোগি নেকি? মোবাইলত আসক্ত হৈ পঢ়াত দূৰ্বল হৈছে নেকি?দূৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে সূকীয়া পৰিকল্...
24/04/2026

আপোনাৰ ল'ৰা-ছোৱালী পঢ়াত অমনোযোগি নেকি? মোবাইলত আসক্ত হৈ পঢ়াত দূৰ্বল হৈছে নেকি?দূৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে সূকীয়া পৰিকল্পনাৰে বিশেষ পাঠদানৰ ব্যৱস্থা। নৱম আৰু দশম শ্ৰেণীত ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীকোঠাৰ ব্যৱস্থা। সংকোচ নকৰাকৈ আজিয়েই নামভৰ্তি কৰাই দিয়ক। অধিক জানিবলৈ 8011428107 নম্বৰত ফোন বা মেছেজ কৰক।

কোনো ধৰণৰ টিউচন নোলোৱাকৈ ভাল ফলাফল পাবলৈ নামভৰ্তি কৰি দিয়ক। দূৰণিবটীয়া ছাত্ৰ ছাত্ৰীৰ বাবে গাড়ীৰ ব্যৱস্থা আছে আৰু ছাত্...
24/04/2026

কোনো ধৰণৰ টিউচন নোলোৱাকৈ ভাল ফলাফল পাবলৈ নামভৰ্তি কৰি দিয়ক। দূৰণিবটীয়া ছাত্ৰ ছাত্ৰীৰ বাবে গাড়ীৰ ব্যৱস্থা আছে আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সূকীয়াকৈ হোষ্টেলৰ ব্যৱস্থা আছে। নামভৰ্তিৰ অন্তিম তাৰিখ 30 এপ্ৰিল 2026. 8011428107 নম্বৰত ফোন বা মেছেজ কৰক

আপোনাৰ ল'ৰা-ছোৱালী নৱম বা দশম শ্ৰেণীত ফেইল কৰিছে নেকি? কোনো টিউচন নোলোৱাকৈ ভাল ফলাফল পাবলৈ আজিয়েই নামভৰ্তি কৰাই দিয়ক।স...
24/04/2026

আপোনাৰ ল'ৰা-ছোৱালী নৱম বা দশম শ্ৰেণীত ফেইল কৰিছে নেকি? কোনো টিউচন নোলোৱাকৈ ভাল ফলাফল পাবলৈ আজিয়েই নামভৰ্তি কৰাই দিয়ক।সংকোচ নকৰিব।আহক আমি আপোনাৰ সমস্যা দূৰ কৰিম। 8011428107 নম্বৰত ফোন বা মেছেজ কৰক

17/03/2026

🙏 এই বিদ্যালয়খন অধিক প্ৰতিষ্ঠিত কৰিবলৈ সকলো অভিভাৱক,ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী ও এই বিদ্যালয়ৰ সকলো সূভকাংশী আৰু এই অঞ্চলৰ সকলো ৰাইজক এই পেজটো বেছি বেছি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো 🙏🙏🙏

SAJB, Sankar Ajan Jatiya Vidhayalaya, khandikar is situated 4 kms away from rangia town at rangia-latibari road.

17/03/2026

মেট্ৰিক পৰীক্ষাত 99.6% উত্তীৰ্ণ, প্ৰতি বছৰে বহুতো ষ্টাৰ আৰু ডিষ্টিংচন, প্ৰতি বছৰে সকলো বিষয়তে লেটাৰ। আপোনাৰ ল'ৰা-ছোৱালী ভাইটি-ভন্টি বা ভতিজা ও ভাল ফলাফল পাবলৈ সক্ষম হ'ব। আপুনি সিদ্ধান্ত সলনি কৰক আৰু নামভৰ্তিৰ বাবে এইখন বিদ্যালয় বাচনি কৰক। নামভৰ্তিৰ প্ৰ পত্ৰ দি থকা হৈছে

SAJB, Sankar Ajan Jatiya Vidhayalaya, khandikar is situated 4 kms away from rangia town at rangia-latibari road.

17/03/2026

মেট্ৰিক পৰীক্ষাত ৯৯.৬০% উত্তীৰ্ণ
প্ৰতিবছৰে বহুতো ষ্টাৰ আৰু ডিষ্টিংচন
প্ৰতিবছৰে সকলো বিষয়তে লেটাৰ
আপোনাৰ ল'ৰা-ছোৱালী ভাইটি-ভন্টি বা ভতিজা ও
পাব পাৰে এনে সফলতা। আপুনি সিদ্ধান্ত সলনি কৰক।
এইবাৰ নামভৰ্তিৰ বাবে এইখন বিদ্যালয় বাচনি কৰক।
নাম ভৰ্তিৰ প্ৰ পত্ৰ দি থকা হৈছে। অধিক জানিবলৈ ফোন/মেচেজ কৰক 8011428107

SAJB, Sankar Ajan Jatiya Vidhayalaya, khandikar is situated 4 kms away from rangia town at rangia-latibari road.

15/03/2026

নামভৰ্তিৰ বাবে প্ৰ পত্ৰ দি থকা হৈছে। আজিয়েই সংগ্ৰহ কৰক

15/03/2026

নামভৰ্তিৰ বাবে প্ৰ পত্ৰ সংগ্ৰহ কৰক

06/03/2023

Address

Vill:Khandikar. PO: Deulkuchi. Dist: Tamulpur (BTR)
Tamulpur
781354

Alerts

Be the first to know and let us send you an email when SAJB, Sankar Ajan Jatiya Bidyalaya,Khandikar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to SAJB, Sankar Ajan Jatiya Bidyalaya,Khandikar:

Shortcuts

Share

Category