06/05/2026
📌 নিকেতনৰ প্ৰাক্তন ছাত্ৰ প্ৰসেনজিৎ পালে ৩১৪ সংখ্যক ৰেংকত MBBS ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তামুলপুৰৰ কুমাৰীকাটাৰ আঙাৰকাটা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে। নিকেতনৰ পৰিয়ালৰ তৰফৰ পৰা ছাত্ৰ গৰাকীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ।