SBMS College Ncc

SBMS College Ncc Offline Facebook Handle Of SBMS COLLEGE NCC, under 1 ASSAM BN NCC.

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ড° দীপেশ চন্দ্ৰ ভাগৱতী ছাৰৰ কৰ্মজীৱনৰ বিয়লি...
30/09/2022

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ড° দীপেশ চন্দ্ৰ ভাগৱতী ছাৰৰ কৰ্মজীৱনৰ বিয়লি বেলাত আজি অনুষ্ঠিত হোৱা বিদায় অনুষ্ঠানত মহাবিদ্যালয়ৰ এন্ ,চি ,চি শাখাৰ তৰফৰ পৰা ছাৰলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অৱসৰ বেলাত ছাৰলৈ সাদৰ সম্ভাষণ জনোৱাৰ লগতে ছাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ কামনা কৰিলো।


01/09/2022
আজি শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়  এন . চি . চি গোটে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুস্থিত ৭৬ সংখ্যক স্...
15/08/2022

আজি শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় এন . চি . চি গোটে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুস্থিত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ
কুচ - কাৱাজ প্ৰতিযোগিতাত পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি মহাবিদ্যালয় তথা সমগ্ৰ শুৱালকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।



‘’Prabhat Pheri ’’
14/08/2022

‘’Prabhat Pheri ’’


আজি  শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ এন, চি, চি আৰু এন, এছ, এছ গোটৰ তৰফৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ ...
10/08/2022

আজি শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ এন, চি, চি আৰু এন, এছ, এছ গোটৰ তৰফৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে ‘ঘৰে ঘৰে পতাকা’ কাৰ্যসূচীৰে শুৱালকুছি অঞ্চলত এক সজাগতা যাত্ৰা অনুষ্ঠিত কৰা হয় ।

জয় হিন্দ
জয় ভাৰত



60th Foundation day celebrationSBMS college , Sualkuchi
01/08/2022

60th Foundation day celebration
SBMS college , Sualkuchi

New enrollment of NCC 2022-23, SBMS College Unit.          Day 2
31/07/2022

New enrollment of NCC 2022-23, SBMS College Unit.
Day 2

New enrollment of NCC 2022-23 , SBMS College Unit.          Day 1 Successfully completed preliminary round of selection....
25/07/2022

New enrollment of NCC 2022-23 , SBMS College Unit.
Day 1 Successfully completed preliminary round of selection.




23/07/2022

নমস্কাৰ...
পোনতে আটাইকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় এন.চি. চি গোটৰ তৰফৰ পৰা স্বাগতম জনাইছো ।
মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ এন.চি. চি গোটৰ নামভৰ্তিৰ বাছনিৰ প্ৰাৰম্ভিক পৰ্যায় অহাকালি ২৪ জুলাই ২০২২ ইং তাৰিখ ৰবিবাৰে অনুষ্ঠিত কৰা হব। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলক উপস্থিত থাকিবলৈ জনোৱা হল ।

★ স্থান :- মহাবিদ্যালয় প্ৰাংগন
★ সময় :- ৰাতিপুৱা ৬.৩০ বজা
★ কাপোৰ :- ট্ৰেক পেণ্ট, টি চাৰ্ট ,জোতা ।
★ নথি পত্ৰ :- মেট্ৰিক, হায়াৰ চেকেণ্ডেৰীৰ মাৰ্কচিট,মেট্ৰিক, হায়াৰ চেকেণ্ডেৰীৰ এডমিট কাৰ্ডৰ জেৰক্স কপি ।

★ মহাবিদ্যালয় এন.চি. চি গোটৰ দ্বাৰা প্ৰচাৰিত ★

Successfully completed Annual Training Camp (¡¡)organized by 1 Assam Bn Ncc .
02/07/2022

Successfully completed Annual Training Camp (¡¡)
organized by 1 Assam Bn Ncc .

Ncc Rank Ceremony 2022
19/06/2022

Ncc Rank Ceremony 2022

Address

Sualkuchi

Telephone

+19365275365

Website

Alerts

Be the first to know and let us send you an email when SBMS College Ncc posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category