29/08/2024
আজি হাজো নিকেতনত অনুষ্ঠিত হোৱা বিভাগৰ প্ৰতিযোগিতা সমূহত আমাৰ নিকেতন অংশগ্ৰহণ কৰা তিনিটা বিষয়তে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । 🙏🏻
বিজ্ঞানৰ আৰ্হিত প্ৰথম , সংস্কৃতিজ্ঞান কুইজত প্ৰথম আৰু কাহিনী কথনত প্ৰথম ।