Sualkuchi Anchalik Students Union

Sualkuchi Anchalik Students Union AASU is the abbreviated name of the All Assam Students'Union (সদৌ অসম ছাত্ৰ সন্থা)

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ইতিমধ্যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰ...
19/04/2026

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ইতিমধ্যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে।
যি সকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ও দৰ্পন পৰ্টেলত নাম পঞ্জীয়ন কৰা নাই সেই সকল ছাত্ৰ ছাত্ৰীক অতি শীঘ্ৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

বসন্ত উৎসৱ ২০২৬
15/04/2026

বসন্ত উৎসৱ ২০২৬

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থা আৰু শুৱালকুছিবাসী ৰাইজৰ সহযোগত বসন্ত উৎসৱ ২০২৬Rinku Moni Das
16/03/2026

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থা আৰু শুৱালকুছিবাসী ৰাইজৰ সহযোগত বসন্ত উৎসৱ ২০২৬

Rinku Moni Das

ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে যোগাযোগ কৰে যেন।
12/03/2026

ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলে যোগাযোগ কৰে যেন।

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱ --* ২ এপ্ৰিলৰ পৰা শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থা...
22/02/2026

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱ --
* ২ এপ্ৰিলৰ পৰা শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শুৱালকুছি বাসী ৰাইজৰ সহযোগত ১১ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা ।।
* ১৪ আৰু ১৫ এপ্ৰিল দুদিনীয়া কাৰ্য্যসূচীৰে বসন্ত উৎসৱ উদযাপন ।।
* বসন্ত উৎসৱতেই প্ৰদান কৰা হ'ব প্ৰয়াত ৰামচৰণ বৈশ্য সোঁৱৰণী জ্যেষ্ঠ শিপিনী বঁটা ২০২৬ ।।

Sualkuchi Anchalik Students Union
Rinku Moni Das
Aasu Unit of Sbms College

পুৱ শুৱালকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত শুৱালকুছি কেওঁটপাৰা নিবাসী কমল বৰুৱা আৰু ভগৱতী বৰুৱাৰ একমাত্র পুত্র ভাৰ্গৱ বৰুৱাই ...
17/02/2026

পুৱ শুৱালকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত শুৱালকুছি কেওঁটপাৰা নিবাসী কমল বৰুৱা আৰু ভগৱতী বৰুৱাৰ একমাত্র পুত্র ভাৰ্গৱ বৰুৱাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতি অর্জন কৰি শুৱালকুছিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰ্গৱলৈ শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Rinku Moni Das

সমূহ প্ৰশিক্ষাৰ্থীলৈ প্ৰীতি আৰু শুভেচ্ছাৰে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থা।Sualkuchi Anchalik Students Union Aasu Unit of...
09/02/2026

সমূহ প্ৰশিক্ষাৰ্থীলৈ প্ৰীতি আৰু শুভেচ্ছাৰে 
শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থা।

Sualkuchi Anchalik Students Union
Aasu Unit of Sbms College
Rinku Moni Das

যুগ্ম জীৱনৰ পাতনি মেলা এসময়ৰ ছাত্ৰ সন্থাৰ সতীৰ্থ বন্ধু মৃগাংক কলিতা আৰু দিয়া মণি মালাকৰলৈ আন্তৰিক শুভাষা 💐💐💐 ।।
20/01/2026

যুগ্ম জীৱনৰ পাতনি মেলা এসময়ৰ ছাত্ৰ সন্থাৰ সতীৰ্থ বন্ধু মৃগাংক কলিতা আৰু দিয়া মণি মালাকৰলৈ আন্তৰিক শুভাষা 💐💐💐 ।।

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ আগন্তুুক ২০২৬ বৰ্ষৰ কাৰ্যসূচী সমূহ। Sualkuchi Anchalik Students Union Aasu Unit of Sbms C...
21/12/2025

শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ আগন্তুুক ২০২৬ বৰ্ষৰ কাৰ্যসূচী সমূহ।


Sualkuchi Anchalik Students Union
Aasu Unit of Sbms College
Rinku Moni Das

আজি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড বিষয়া শ্ৰীযুতা লীনা হাজৰিকা বাইদেউক সম্বৰ্ধনা জন...
15/12/2025

আজি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড বিষয়া শ্ৰীযুতা লীনা হাজৰিকা বাইদেউক সম্বৰ্ধনা জনোৱা হয়।

Rinku Moni Das
Sualkuchi Anchalik Students Union

নৱনিৰ্বাচিত সভাপতি অৰূপ জ্যোতি ৰাভা আৰু সাধাৰণ সম্পাদক ৰাকেশ বৈশ্যৰ লগতে সম্পূৰ্ণ সমিতি খনলৈ শুভকামনা।
11/12/2025

নৱনিৰ্বাচিত সভাপতি অৰূপ জ্যোতি ৰাভা আৰু সাধাৰণ সম্পাদক ৰাকেশ বৈশ্যৰ লগতে সম্পূৰ্ণ সমিতি খনলৈ শুভকামনা।

Address

Sualkuchi

Alerts

Be the first to know and let us send you an email when Sualkuchi Anchalik Students Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category