শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Sualkuchi
  • শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়

শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয় myself Chumi Deka
assistant teacher at Sualkuchi Adarsha LPS

World environment celebrate in Sualkuchi Adarsha LPS. And also start Summer camp from today ..  Students and teachers gr...
05/06/2024

World environment celebrate in Sualkuchi Adarsha LPS.
And also start Summer camp from today .. Students and teachers group visit Sualkuchi Budhram Madhab Satradhikar College..It's a very good experience for our student's..

14/05/2024

প্ৰয়াস কাৰ্য্য সূচী
শ্ৰী নেইনা কলিতা
চতুৰ্থ শ্ৰেণী

বিহু বুলি
12/04/2024

বিহু বুলি

৭৭তম স্বাধীনতা দিৱস,,,,,,,,,
15/08/2023

৭৭তম স্বাধীনতা দিৱস,,,,,,,,,

স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মনত দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে কিছু কাৰ্যসূচী পালন কৰা হয়।তাৰ কিছু চিত্ৰ...
15/08/2023

স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মনত দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে কিছু কাৰ্যসূচী পালন কৰা হয়।তাৰ কিছু চিত্ৰ সাঁচি ৰাখিলোঁ

15/08/2023
শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্বৰ্ণময়ী কলিতাক হাজো শিক্ষাখন্ডৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ কিছু মুহ...
09/12/2022

শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্বৰ্ণময়ী কলিতাক হাজো শিক্ষাখন্ডৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ কিছু মুহূর্ত

29/09/2022
শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰী স্বৰ্ণময়ী কলিতা বাইদেউক জিলা ভিত্তিক কৃতী শিক্ষকৰ বঁটা আজুৰি আনিব...
29/09/2022

শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰী স্বৰ্ণময়ী কলিতা বাইদেউক জিলা ভিত্তিক কৃতী শিক্ষকৰ বঁটা আজুৰি আনিবলৈ সক্ষম হোৱাৰ বাবে শৈক্ষিক উত্তৰণ মঞ্চ,হাজোৰ উদ্যোগৰ পৰা সম্বৰ্দ্ধনা জনায়। নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি এনেদৰেই ছাত্ৰ ছাত্রীৰ সুবিধাৰ্থে কাম কৰি যাওক

Address

Sualkuchi

Website

Alerts

Be the first to know and let us send you an email when শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category