শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • Home
  • India
  • Sualkuchi
  • শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়

শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়, School, Sualkuchi.

বিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰা ২০২৫-২৬ বৰ্ষ
05/01/2026

বিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰা ২০২৫-২৬ বৰ্ষ

20/09/2025
ঐতিহ্যমণ্ডিত শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সফলতাৰে কৃতকাৰ্য হৈ বিদ্যা...
02/05/2025

ঐতিহ্যমণ্ডিত শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সফলতাৰে কৃতকাৰ্য হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা সমূহ ছাত্ৰ ছাত্ৰীক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ পাঁচগৰাকী কৃতিমান সৰ্বশ্ৰী বিতোপন ভৰদ্বাজ, ৰিম্পী দাস, সুভদ্ৰা দাস, বুল বণিয়া আৰু কৌশিকী দাসলৈ। তোমালোকৰ ভৱিষ্যত জীৱন সফলতাৰে উপচি পৰক।

01/02/2024

Annual function of Soalkuchi H S School,2023-24

বিদ্যালয়ৰ দ্বাদশ চুড়ান্ত পৰীক্ষাত সফলতাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃষ্ণ, নিলাক্ষী আৰু পূবালী ক অভিনন্দন,,, বাকী সফল...
14/06/2023

বিদ্যালয়ৰ দ্বাদশ চুড়ান্ত পৰীক্ষাত সফলতাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃষ্ণ, নিলাক্ষী আৰু পূবালী ক অভিনন্দন,,, বাকী সফল ছাত্ৰ ছাত্ৰী সকলকো অভিনন্দন জনালো,,, তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো,,,

School week  2022-2023 ৰ সামৰণি অনুস্থান,,ৰ,, কেইটিমান মুহূর্ত,,,,
20/12/2022

School week 2022-2023 ৰ সামৰণি অনুস্থান,,ৰ,, কেইটিমান মুহূর্ত,,,,

সকলোকে আমন্ত্ৰণ জনালোঁ...
19/12/2022

সকলোকে আমন্ত্ৰণ জনালোঁ...

লাচিত দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাত সমগ্ৰ কামৰূপ জিলাৰ ভিতৰতে তৃতীয় পুৰস্কাৰ লাভ কৰা বাবে আমাৰ বিদ্যালয়ৰ একাদশ শ...
24/11/2022

লাচিত দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাত সমগ্ৰ কামৰূপ জিলাৰ ভিতৰতে তৃতীয় পুৰস্কাৰ লাভ কৰা বাবে আমাৰ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী জাগৃতি কলিতাক বিদ্যালয়ৰ তৰফৰ পৰা উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ...

বীৰ লাচিতৰ ৪০০ তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা প্ৰশ্নমঞ্চ অনুষ্ঠানৰ কেইটামান স্থিৰ চিত্ৰ,,,,,
22/11/2022

বীৰ লাচিতৰ ৪০০ তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা প্ৰশ্নমঞ্চ অনুষ্ঠানৰ কেইটামান স্থিৰ চিত্ৰ,,,,,

আজি শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এখন অভিভাৱক সভা অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন কমিটিৰ ...
19/11/2022

আজি শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এখন অভিভাৱক সভা অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতি শ্ৰীযুত নৰেশ শৰ্মাদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকি কামৰূপ জিলাৰ মাননীয় বিদ্যালয় পৰিদৰ্শক মহোদয়ে আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাৰ সকলো বিদ্যালয়ে যাতে এশ শতাংশ উত্তীৰ্ণ হব পাৰে তাৰ বাবে MAA ( Misson All Achievers) আঁচনিখনৰ বিষয়ে সকলোকে অৱগত কৰে আৰু এই আঁচনিখন সফল কৰি তুলিবলৈ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক আহ্বান জনায়। লগতে শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে আগন্তুক HSLC আৰু HSSLC পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হব পাৰে তাৰ বাবে সকলোকে পৰামৰ্শ আগবঢ়াই সাৰুৱা ভাষণ প্ৰদান কৰে। সভাত বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিকে প্ৰমুখ্যে কৰি ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক সকলে নিজৰ অভিমত দাঙি ধৰে।

Address

Sualkuchi
781103

Opening Hours

9am - 5pm

Alerts

Be the first to know and let us send you an email when শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category