Mufti Mohosin Rahman Qasmi Official

Mufti Mohosin Rahman Qasmi Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mufti Mohosin Rahman Qasmi Official, Educational consultant, South Salmara.

ইয়াৰে আপোনালোকক জনোৱা হয় যে, তলৰ ফটো পৰিচয় পত্ৰখনত উল্লিখিত ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে প্ৰায় ৫ মাহ ধৰি ...
01/12/2021

ইয়াৰে আপোনালোকক জনোৱা হয় যে, তলৰ ফটো পৰিচয় পত্ৰখনত উল্লিখিত ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে প্ৰায় ৫ মাহ ধৰি নিজৰ বাসস্থানৰ পৰা নিখোজ হৈ আছে । যদি কোনো শুভাকাংক্ষী ব্যক্তিয়ে উক্ত ব্যক্তিজনক দেখিছে বা দেখে তেন্তে নিম্ন লিখিত নম্বৰত যোগাযোগ কৰি তেওঁক নিজ ঘৰলৈ পঠিয়াই দিয়াৰ বাবে সুযোগ কৰি দিয়ে যেন।

সকলোৱে Post টো Share কৰি দিব।

যোগাযোগ নম্বৰঃ-
+919954130761
+918787843276

ব্যক্তিজনৰ ঠিকনাঃ-
নামঃ-মোজাফৰ আলী
পিতাঃ-মৃত্যু আব্দুল হক
গাওঁঃ-কাটডাঙ্গা কলাবাৰী
ডাকঘৰঃ-পাটাকাটা
থানাঃ-দক্ষিণ শালমাৰা
জিলাঃ-দক্ষিণ শালমাৰা মানকাচৰ (অসম)ভাৰত
পিনঃ-783127

Address

South Salmara

Website

Alerts

Be the first to know and let us send you an email when Mufti Mohosin Rahman Qasmi Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share