Ishan Tutorial Corner

Directions

Ishan Tutorial Corner Official page of ISHAN TUTORIAL CORNER, Sorbhog. Do come and learn with us. For more information ☎️ 8638512759, 9365298239

"The song has ended but the melody lingers on..."Miss you Zubeen Da💔Ishan Tutorial Corner
20/09/2026

"The song has ended but the melody lingers on..."
Miss you Zubeen Da💔

Ishan Tutorial Corner

শেষ বুলিলেই শেষ নহয়,তুমি পোহৰ যুগে যুগে... জয় জুবিন দা
19/09/2026

শেষ বুলিলেই শেষ নহয়,
তুমি পোহৰ যুগে যুগে...
জয় জুবিন দা

মহাপুৰুষজনাৰ পবিত্ৰ তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ🙏🙏Ishan Tutorial Corner
12/09/2026

মহাপুৰুষজনাৰ পবিত্ৰ তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ
🙏🙏

Ishan Tutorial Corner

"ধৰ্ম-ব্যৱসায়ীৰ ঠাই নাই তাতজাতিৰ অহঙ্কাৰ লয় পাব তাতঅস্পৃশ্যতাৰ মহাদানৱকআপোন হাতেৰে নাশিম...." সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদ...
08/09/2026

"ধৰ্ম-ব্যৱসায়ীৰ ঠাই নাই তাত
জাতিৰ অহঙ্কাৰ লয় পাব তাত
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম...." সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ🙏



Ishan Tutorial Corner

Happy Teacher's Day 💐💐
05/09/2026

Happy Teacher's Day 💐💐

01/09/2026

Celebrating my 2nd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে তেখেতৰ শ্ৰীচৰণত  শতকোটি প্ৰণাম জনালোঁ 🙏🙏🙏Ishan Tutorial Corner
01/09/2026

মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে তেখেতৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনালোঁ 🙏🙏🙏

Ishan Tutorial Corner

সমূহ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে,  Ishan Tutorial Corner  ৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাব...
08/07/2026

সমূহ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে, Ishan Tutorial Corner ৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অহা ১২ জুলাই, ২০২৬ ৰ পৰা ২২ জুলাই, ২০২৬ তাৰিখলৈকে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হ'বলগীয়া ইংৰাজী ব্যাকৰণ আৰু গণিত বিষয়ৰ গ্ৰীষ্মকালীন মাৰাথন পাঠদান শিবিৰ বিশেষ কাৰণবশতঃ পূৰ্বে নিৰ্ধাৰিত উত্তৰ বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিবৰ্তে অহা ২০ জুলাই, ২০২৬ ৰ পৰা ২৫ জুলাই, ২০২৬ তাৰিখলৈকে Ishan Tutorial Corner প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব।
◾ ছাত্ৰ-ছাত্ৰীসকলে মাত্ৰ ২০০ টকাৰে নাম পঞ্জীয়ন কৰি এই পাঠদান শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব।
⏳ আসন একেবাৰেই সীমিত!
আজিয়েই যোগাযোগ কৰক...
☎️ : 8638512759
📍 : Ishan Tutorial Corner, শিলিখাৰ তল, সৰভোগ হাইৱে চ'ক (বাড্‌চ অকাডেমী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ওচৰত)

পাঠদানৰ সময় : ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈকে।

ফাকুৱাৰ শুভকামনা....Ishan Tutorial Corner
03/03/2026

ফাকুৱাৰ শুভকামনা....
Ishan Tutorial Corner



Address

Silikhar Tal (শিলিখাৰ তল), Highway Chowk, , Near Buds Academy Assamese Medium School
Sorbhog
781317

Website

Alerts

Be the first to know and let us send you an email when Ishan Tutorial Corner posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category