Swadeshi Academy Sorbhog

Swadeshi Academy Sorbhog Nearby Sorbhog post office,Railway Station Road, Ward No 6

স্বদেশী একাডেমী, সৰভোগ পৰিয়ালৰ ফালৰপৰা সকললৈকে আন্তৰিক শুভকামনা যাচিলোঁ। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
30/04/2026

স্বদেশী একাডেমী, সৰভোগ পৰিয়ালৰ ফালৰপৰা সকললৈকে আন্তৰিক শুভকামনা যাচিলোঁ। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

30/04/2026
সকললৈকে আন্তৰিক শুভকামনা যাচিলোঁ।অতি দুখীয়া ঘৰৰ সন্তানক নামমাত্র নামভৰ্তিৰ আৰু মাহিলী মাচুল লৈ আমাৰ সন্মানীয় শিক্ষক-শি...
28/04/2026

সকললৈকে আন্তৰিক শুভকামনা যাচিলোঁ।অতি দুখীয়া ঘৰৰ সন্তানক নামমাত্র নামভৰ্তিৰ আৰু মাহিলী মাচুল লৈ আমাৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে কৰা কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে আজি শিক্ষানুষ্ঠানখনে এনেকুৱা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। কিয়নো কলা আৰু বিজ্ঞান শাখাৰ কোনো এজন ছাত্র-ছাত্ৰী কোনো ঘৰুৱা শিক্ষক (Tution) নিজাকৈ নোলোৱাকৈ কেৱল শ্ৰেণী কঠাত আমাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে প্ৰদান কৰা Notes পাতিৰে প্ৰতিবছৰৰ দৰে এইবোৰ আমাৰ একাডেমীৰ ছাত্র-ছাত্ৰীসকলে এনেকুৱা উন্নতমানৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।। প্ৰায় সংখ্যক ছাত্র-ছাত্ৰী আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ হোৱা হেতুকে কোনোবা ছাত্র বা ছাত্ৰী ইচ্ছা কৰিলেও ব্যক্তিগত ঘৰুৱা শিক্ষক (Tution) লবলৈ সক্ষম নহয়। অৱশ্যে আমি নামভৰ্তি প্রথম দিনাটোতে ছাত্র-ছাত্ৰী সমন্নিতে অভিভাবক সকলোক কোনো TUTION প্ৰয়োজন নাই সেই কথাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰো। কেৱল ভালদৰে নিয়মিত ভাবে শ্ৰেণী কেঠাত উপস্থিত আৰু আমাৰ সন্মানীয় ছাৰ বাইদেউ সকলোৱে প্ৰদান কৰা Notes বোৰ ভালদৰে ঘৰত গৈ পূৱা গোধূলি অনুসৰণ কৰিবলৈ উপদেশ প্রদান কৰো। শিক্ষানুষ্ঠানখনে অনাগত দিনত ৰাইজৰ আশীর্বাদত ইয়াতকৈ অধিক আশানুৰূপ ফলাফল দেখুৱাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শেষত পুনৰবাৰ একাডেমী খনৰ সুখ্যাতিৰে উৰ্ত্তীণ শিক্ষার্থী, অভিভাবক সমন্নিতে সন্মানীয় শিক্ষক-শিক্ষয়ত্ৰী লগতে কৰ্মৰত সমুহ কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

স্বদেশী একাডেমী, সৰভোগ পৰিয়ালৰ ফালৰপৰা সকললৈকে ৰঙালী বিহু তথা অসমীয়া নতুন বছৰৰ আন্তৰিক শুভকামনা যাচিলোঁ।
15/04/2026

স্বদেশী একাডেমী, সৰভোগ পৰিয়ালৰ ফালৰপৰা সকললৈকে ৰঙালী বিহু তথা অসমীয়া নতুন বছৰৰ আন্তৰিক শুভকামনা যাচিলোঁ।

কম খৰছত উন্নতমানৰ শিক্ষা প্ৰদান কৰা একমাত্র শিক্ষানুষ্ঠান। নামভৰ্তি প্ৰায় বিনামূলীয়া। নামভৰ্তি চলি আছে। বিজ্ঞান আৰু কল...
11/04/2026

কম খৰছত উন্নতমানৰ শিক্ষা প্ৰদান কৰা একমাত্র শিক্ষানুষ্ঠান। নামভৰ্তি প্ৰায় বিনামূলীয়া। নামভৰ্তি চলি আছে। বিজ্ঞান আৰু কলা শাখাৰ।

সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
14/02/2026

সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

নতুন-পূৰণি সকলো ছাত্র-ছাত্ৰীক স্বদেশী একাডেমী, সৰভোগ পৰিয়ালৰ ফালৰপৰা নিমন্ত্রণ শৰাই আগবঢ়ালো।
04/02/2026

নতুন-পূৰণি সকলো ছাত্র-ছাত্ৰীক স্বদেশী একাডেমী, সৰভোগ পৰিয়ালৰ ফালৰপৰা নিমন্ত্রণ শৰাই আগবঢ়ালো।

স্বদেশী একাডেমী, সৰভোগ মহাবিদ্যালয় ফালৰপৰা সকললৈকে মাঘ বিহুৰ উৰুকা তথা ভোগালীৰ আন্তৰিক শুভকামনা যাচিলোঁ।
14/01/2026

স্বদেশী একাডেমী, সৰভোগ মহাবিদ্যালয় ফালৰপৰা সকললৈকে মাঘ বিহুৰ উৰুকা তথা ভোগালীৰ আন্তৰিক শুভকামনা যাচিলোঁ।

স্বদেশী একাডেমী, সৰভোগ মহাবিদ্যালয়ত ইংৰাজী বিষয়ত প্ৰবক্তা হিচাপে কৰ্মৰত আমাৰ সকলোৰে আদৰৰ আৰু মৰমৰ সন্মানীয়া মুনমী বাই...
23/11/2025

স্বদেশী একাডেমী, সৰভোগ মহাবিদ্যালয়ত ইংৰাজী বিষয়ত প্ৰবক্তা হিচাপে কৰ্মৰত আমাৰ সকলোৰে আদৰৰ আৰু মৰমৰ সন্মানীয়া মুনমী বাইদেউলৈ স্বদেশী একাডেমী পৰিয়ালৰ ফালৰপৰা বৈবাহিক জীবনৰ শুভকামনা যাচিলোঁ।

15/11/2025

Address

Sorbhog

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+17576004095

Website

Alerts

Be the first to know and let us send you an email when Swadeshi Academy Sorbhog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share