13/01/2025
সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰোঁ মেজিৰ জুইত জাহ যাওক দুখ ,হিংসা, দুৰ্নীতি আৰু ঘূৰি আহক সুখ- শান্তি - সমৃদ্ধি 🙏
কিড্ ৱেদা , সৰভোগ কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে "ভোগালী বিহু তথা মাঘ বিহু"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।