JRP School, ABVP Unit

JRP School, ABVP Unit ABVP

আটাইৰে সুখ সমৃদ্ধিৰ কামনাৰে আই লক্ষ্মী পূজাৰ আন্তৰিক ওলগ জনালোঁ।   শুভ লক্ষ্মী পূজা।
20/10/2021

আটাইৰে সুখ সমৃদ্ধিৰ কামনাৰে আই লক্ষ্মী পূজাৰ আন্তৰিক ওলগ জনালোঁ।
শুভ লক্ষ্মী পূজা।

বন্দে বিষ্ণু প্ৰিয়াং দেৱী দাৰিদ্ৰ দুখ: নাশিনী ক্ষীৰোড সম্ভবাং দেৱীং বিষ্ণুবক্ষ বিলাসিনী:ll

সমূহ ৰাইজৰ সুখ সমৃদ্ধিৰ কামনাৰে আই লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
শুভ লক্ষ্মী পূজা🙏

অভিনন্দন
10/10/2021

অভিনন্দন

আজি জিলা বৈঠকত ঘোষনা হোৱা জিলা প্ৰবাসী কাৰ্যকৰ্তা সকলক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটা জিলাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো ।

09/10/2021
আটাইগৰাকীলৈ আন্তৰিক অভিনন্দন।   ভাৰত মাতা কী জয়।।
26/09/2021

আটাইগৰাকীলৈ আন্তৰিক অভিনন্দন।
ভাৰত মাতা কী জয়।।

বিদ্যাৰ্থী পৰিষদ, সৰভোগ শাখাৰ নতুনকৈ দায়িত্ব লাভ কৰা শাখা সম্পাদক হিমজ্যোতি নাথ ক্ৰমে যুটীয়া সম্পাদক অভিজিৎ নাথ, যুটীয়া সম্পাদক গুঞ্জন দাস, যুটীয়া সম্পাদিকা নিৰ্মালী কলিতা আৰু যুটীয়া সম্পাদিকা বৰ্ণালী ৰয় লৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।
ভাৰত মাতা কী জয়।।

26/09/2021

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, সৰভোগ শাখাৰ নতুনকৈ দায়িত্ব লাভ কৰা শাখা সভাপতি মাননীয় বিপুল তালুকদাৰ ডাঙৰীয়া আৰু শাখা সম্পাদক হিমজ্যোতি নাথলৈ‌ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

27/08/2021

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূন্য তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ।

05/06/2021

On the occasion of the World Environment Day 2021, let's recall our duty towards our planet and take pledge to preserve environment of Mother Earth for now and for generations to come.

Address

Sorbhog

Alerts

Be the first to know and let us send you an email when JRP School, ABVP Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category