02/05/2022
১৯৯৪ চনৰ ২ মে তাৰিখে শ্রীযুত দিপাংকৰ দত্ত চাৰে অসমৰ অগ্ৰনী কম্পিউটাৰ প্ৰতিষ্ঠান চি.ই.চি. স্থাপন কৰিছিল ৷ অসমৰ লগতে ভাৰতবর্ষৰ উত্তৰপূব অঞ্চলত চি.ই.চি. ৰ শাখা আছে ৷ আজি সফলতাৰে ২৮ তম বর্ষ অতিক্ৰম কৰিলে ৷ এই বর্ষপূর্তীৰ লগত সংগতি ৰাখি সৰভোগ শখাৰ ফালৰ পৰা বৰনগৰ কলেজত বৃক্ষৰোপণ কৰা হয় লগতে অধ্যক্ষ জগদিশ শর্মা চাৰ আৰু মহাবিদ্যালয়ৰ প্ৰধান অধ্যক্ষ শ্রী যুত বিৰেন্দ্ৰ চক্ৰৱর্তী চাৰক সম্বৰ্ধনা জনোৱা হয় ৷
শিক্ষাগুৰু সকলোৰ লগতে বৃক্ষৰোপণত সহায় কৰা ছাত্ৰ ছাত্ৰী সকলোক ধন্যবাদ জনোৱা হল ৷