Signor Academy ,Sonari

Signor Academy ,Sonari Signor Academy, Sonari
(A senior secondary school)
Class 6 to 10(English+Assamese)
Class 11 and 12 (Science+Arts) Senior Secondary School for Classes 9 to 12

NEET (UG) ২০২৬-ত উজ্জ্বল সফলতা অৰ্জন কৰা (587/720), AIR- 15045, ম: ছুফিয়ান দেৱানক তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু...
24/07/2026

NEET (UG) ২০২৬-ত উজ্জ্বল সফলতা অৰ্জন কৰা (587/720), AIR- 15045, ম: ছুফিয়ান দেৱানক তেওঁৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ এক গৌৰৱময় মুহূৰ্ত।" 💐

গৌৰৱৰ মুহূৰ্ত 🎉আমাৰ বাবে ই এক গৌৰৱ আৰু আনন্দৰ বিষয় যে Riki Phukon-এ CEE Assam 2026 পৰীক্ষাত All Assam Rank 461 লাভ কৰি ...
18/07/2026

গৌৰৱৰ মুহূৰ্ত 🎉

আমাৰ বাবে ই এক গৌৰৱ আৰু আনন্দৰ বিষয় যে Riki Phukon-এ CEE Assam 2026 পৰীক্ষাত All Assam Rank 461 লাভ কৰি B.Tech Programme-লৈ যোগ্যতা অৰ্জন কৰিছে।
তেওঁৰ এই অসাধাৰণ সাফল্য অধ্যৱসায়, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ উজ্জ্বল নিদৰ্শন। SIGNOR ACADEMY পৰিয়ালৰ ফালৰ পৰা ৰিকি ফুকনলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

আন্তৰিক অভিনন্দন। 💐আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰ ম: ছুফিয়ান দেৱানে NEET (UG) ২০২৬ পৰীক্ষাত ৫৮৭/৭২০ নম্বৰ লাভ কৰিবলৈ সক্ষম হ...
17/07/2026

আন্তৰিক অভিনন্দন। 💐

আমাৰ কলেজৰ প্ৰাক্তন ছাত্ৰ ম: ছুফিয়ান দেৱানে NEET (UG) ২০২৬ পৰীক্ষাত ৫৮৭/৭২০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।।

তোমাৰ এই কৃতিত্ব কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ এক উজ্জ্বল নিদৰ্শন। এই সফলতাই আগন্তুক দিনত অধিক উচ্চ শিখৰ স্পৰ্শ কৰিবলৈ তোমাক অনুপ্ৰেৰণা যোগাওক।

তোমাৰ আগন্তুক শিক্ষা জীৱনৰ শুভ কামনাৰ শুভেচ্ছাৰে ....

Freshmen Social 2026
15/07/2026

Freshmen Social 2026


উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত কৃতিত্বসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ কিছু স্মৰণীয় মুহূৰ্ত।সকলো কীৰ্তি শি...
15/07/2026

উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত কৃতিত্বসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ কিছু স্মৰণীয় মুহূৰ্ত।

সকলো কীৰ্তি শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা জনালোঁ।


এটা দিন, অসংখ্য স্মৃতি; এটা উদযাপন, এক নতুন প্ৰেৰণা।আজিৰ প্ৰতিষ্ঠা দিৱসৰ সফল উদযাপনে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ঐক্য, নিষ...
24/06/2026

এটা দিন, অসংখ্য স্মৃতি; এটা উদযাপন, এক নতুন প্ৰেৰণা।

আজিৰ প্ৰতিষ্ঠা দিৱসৰ সফল উদযাপনে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ঐক্য, নিষ্ঠা আৰু সহযোগিতাই আমাৰ শক্তি। এই গৌৰৱময় যাত্ৰাৰ অংশীদাৰ হোৱা সকলোলৈ আন্তৰিক ধন্যবাদ।

23/05/2026
🌟 Celebrating Excellence & Hard Work 🌟On 4th May, our school proudly honored the HSLC 2026 achievers who passed with fly...
06/05/2026

🌟 Celebrating Excellence & Hard Work 🌟

On 4th May, our school proudly honored the HSLC 2026 achievers who passed with flying colours. 🎉

It was a moment filled with joy, pride, and inspiration as we recognized the dedication, discipline, and perseverance of our brilliant students. Their success is not just their own—it is a reflection of the constant support from teachers, parents, and well-wishers.

You have set a benchmark for others to follow. Keep believing, keep striving, and keep shining brighter with every step ahead. 💫

We wish all our achievers a future full of success and happiness. The journey has just begun!

🌱 A Meaningful Beginning!Today, we welcomed our Class XI (Science & Arts) students at Signor Senior Secondary School, So...
04/05/2026

🌱 A Meaningful Beginning!

Today, we welcomed our Class XI (Science & Arts) students at Signor Senior Secondary School, Sonari with a plant sapling—symbolizing growth and a bright future. 🌿

Wishing all students a successful journey ahead!

আঁচল আগৰৱালালৈ আন্তৰিক অভিনন্দন!HS Final Exam 2026 ত 421/500 নম্বৰ লাভ কৰি তুমি অসাধাৰণ সফলতা অৰ্জন কৰিলা। HSLC ৰ 69.63%...
02/05/2026

আঁচল আগৰৱালালৈ আন্তৰিক অভিনন্দন!
HS Final Exam 2026 ত 421/500 নম্বৰ লাভ কৰি তুমি অসাধাৰণ সফলতা অৰ্জন কৰিলা। HSLC ৰ 69.63%ৰ পৰা HS ত 84.2% অৰ্জন কৰি তোমাৰ কঠোৰ পৰিশ্ৰম, দৃঢ় সংকল্প আৰু অধ্যৱসায়ৰ স্পষ্ট প্ৰমাণ দাঙি ধৰিলা। ভৱিষ্যতৰ বাবে তোমাক অনেক শুভেচ্ছা জনালোঁ । তোমাৰ সফলতাই আকাশ চুমক ।

Address

Ward No. 1 Opposite Bpbm Hs School
Sonari
785690

Alerts

Be the first to know and let us send you an email when Signor Academy ,Sonari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Signor Academy ,Sonari:

Shortcuts

Share