শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,সোণাৰি ,চৰাইদেউ

  • Home
  • India
  • Sonari
  • শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,সোণাৰি ,চৰাইদেউ

শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,সোণাৰি ,চৰাইদেউ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,সোণাৰি ,চৰাইদেউ, School, সোণাৰি, Sonari.

নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 🙏 সকলো ছাত্ৰ-ছাত্ৰীলৈ  অলেখ অভিনন্দন জনালোঁ ♥️♥️
10/04/2026

নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 🙏 সকলো ছাত্ৰ-ছাত্ৰীলৈ অলেখ অভিনন্দন জনালোঁ ♥️♥️

আমাৰ গৌৰৱ 🙏 অসম লোক সেৱা আয়োগ (APSC) পৰীক্ষাত উত্তীৰ্ণ হৈ চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনে আমাৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰ ...
19/02/2026

আমাৰ গৌৰৱ 🙏 অসম লোক সেৱা আয়োগ (APSC) পৰীক্ষাত উত্তীৰ্ণ হৈ চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনে আমাৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰ ৰিকি দে 🙏 তেওঁলৈ নিকেতন পৰিয়ালবৰ্গই অলেখ শুভকামনা জনালোঁ 🙏🙏

নিকেতনৰ অকণমানি সকলৰ বাৰ্ষিক মূল্যায়নৰ শেষৰটো দিন অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত এনেদৰে ধৰি ৰাখিলোঁ 🙏🙏
16/02/2026

নিকেতনৰ অকণমানি সকলৰ বাৰ্ষিক মূল্যায়নৰ শেষৰটো দিন অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত এনেদৰে ধৰি ৰাখিলোঁ 🙏🙏

নিকেতনত ছাত্ৰ -ছাত্ৰীসকলৰ শাৰীৰিক অনুশীলনৰ দৃশ্যাংশ 🙏🙏
16/02/2026

নিকেতনত ছাত্ৰ -ছাত্ৰীসকলৰ শাৰীৰিক অনুশীলনৰ দৃশ্যাংশ 🙏🙏

শিশু শিক্ষা সমিতি,অসমৰ দ্বাৰা আয়োজিত উৎকৰ্ষ মহোৎসৱ -২০২৬ আমাৰ নিকেতনত অনুষ্ঠিত কৰাৰ কিছু দৃশ্যাংশ 🙏
06/02/2026

শিশু শিক্ষা সমিতি,অসমৰ দ্বাৰা আয়োজিত উৎকৰ্ষ মহোৎসৱ -২০২৬ আমাৰ নিকেতনত অনুষ্ঠিত কৰাৰ কিছু দৃশ্যাংশ 🙏

21/01/2026

নিকেতনত 'সপ্ত শক্তি সংযম ' অনুষ্ঠানলৈ জিলা আয়ুক্ত মহোদয়াক ঘোষ বাদনেৰে আদৰণি জনোৱাৰ মূহুৰ্ত🙏🙏

26/11/2025

আমাৰ নিকেতনলৈ স্বাগতম জনাইছো 🙏🙏

তোমাৰ মৃত্যু হোৱা নাই, মৃত্যু তোমাৰ হ'ব নোৱাৰে 🙏♥️বিদায় দিওঁ বুলিও দিব নোৱাৰা এক বুজাব নোৱাৰা বেদনা। কিন্তু নিয়তিৰ নিষ...
21/09/2025

তোমাৰ মৃত্যু হোৱা নাই, মৃত্যু তোমাৰ হ'ব নোৱাৰে 🙏♥️বিদায় দিওঁ বুলিও দিব নোৱাৰা এক বুজাব নোৱাৰা বেদনা। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস 😭কাঢ়ি লৈ গ'ল আমাৰ মুকুতামণিটো 😭 তেখেতৰ বিদেহী আত্মাই সদগতি লাভ কৰক তাৰে কামনাৰে একাজঁলি শ্ৰদ্ধাঞ্জলি নিকেতনৰ পৰিয়ালবৰ্গই। জুবিন দা অমৰ হৈ থাকিব চিৰদিন চিৰকাল🙏🙏 জয় জুবিন দা🙏

ৰাষ্ট্ৰীয় খেল দিৱসৰ লগত সংগতি ৰাখি নিকেতনত পৰম্পৰাগত খেল অনুষ্ঠিত কৰা লগতে আমাৰ নিকেতনৰ পৰা সৰ্ব ভাৰতীয় পৰ্যায়ত টাইকো...
31/08/2025

ৰাষ্ট্ৰীয় খেল দিৱসৰ লগত সংগতি ৰাখি নিকেতনত পৰম্পৰাগত খেল অনুষ্ঠিত কৰা লগতে আমাৰ নিকেতনৰ পৰা সৰ্ব ভাৰতীয় পৰ্যায়ত টাইকোৱাণ্ডো আৰু ডবা খেলত অংশগ্ৰহণ কৰিবলগীয়া চাৰিজন ছাত্ৰ নিহাৰ চেতিয়া,বৰুণ ওৰাং ,হৃষিকেশ বৰুৱা (টাইকোৱাণ্ডো) ৰোনাকজ্যোতি গগৈ (ডবা) ক নিকেতনৰ তৰফৰপৰা অকণমান মৰম , উৎসাহ আৰু শুভ কামনা জনোৱা হয় 🙏

নিকেতনত গুৰুজনাৰ তিৰোভাৱ তিথি পালনৰ কিছু দৃশ্যাংশ🙏🙏
25/08/2025

নিকেতনত গুৰুজনাৰ তিৰোভাৱ তিথি পালনৰ কিছু দৃশ্যাংশ🙏🙏

Address

সোণাৰি
Sonari
৭৮৫৬৯০

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু /বিদ্যা নিকেতন ,সোণাৰি ,চৰাইদেউ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category