Sonari Jatiya Vidyalaya

Sonari Jatiya Vidyalaya This is official account of Sonari Jatiya Vidyalaya

11/03/2026
সোণাৰি জাতীয় বিদ্যালয় (উচ্চতৰ মাধ্যমিক)
07/03/2026

সোণাৰি জাতীয় বিদ্যালয় (উচ্চতৰ মাধ্যমিক)

সোণাৰি জাতীয় বিদ্যালয়ৰ সোণসেৰীয়া এটা পৃষ্ঠা ---
04/03/2026

সোণাৰি জাতীয় বিদ্যালয়ৰ সোণসেৰীয়া এটা পৃষ্ঠা ---

বিদ্যালয় প্ৰতিষ্ঠা বৰ্ষৰ দুগৰাকী উচ্চ শিক্ষিতা প্ৰিয় ছাত্ৰী লিজা বড়াৰ আজি শুভ বিবাহ আৰু সদ্য ঘোষিত শিক্ষয়িত্ৰী পদত ন...
22/02/2026

বিদ্যালয় প্ৰতিষ্ঠা বৰ্ষৰ দুগৰাকী উচ্চ শিক্ষিতা প্ৰিয় ছাত্ৰী লিজা বড়াৰ আজি শুভ বিবাহ আৰু সদ্য ঘোষিত শিক্ষয়িত্ৰী পদত নিযুক্তি লাভ কৰিছে । আনগৰাকী শুভলক্ষ্মী বৰুৱা বুৰঞ্জী বিভাগৰ অধ্যাপিকা আৰু গৱেষক ছাত্ৰী। দুয়োগৰাকী লৈ আন্তৰিক শুভকামনা জনাইছোঁ।

14/02/2026

আজি ইংৰাজী ১৪ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ 'গীতিকবি' শাখাৰ শিক্ষাৰ্থীসকলে নিজা প্ৰচেষ্টাৰে এখনি নাটক মঞ্চস্থ কৰে। ছাত্ৰ হম্যসম্পিত গগৈৰ ৰচনা আৰু নিয়ৰ ৰঞ্জন দিহিঙীয়াই পৰিচালনা কৰা নাটক খনৰ সংগীত, অভিনয়, মঞ্চসজ্জা আদিত শাখাৰ সকলো ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰে।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক সমুহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
09/02/2026

উচ্চ আৰু উচ্চতৰ মাধ্যমিক সমুহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

আজি ইংৰাজী ০২/০২/২৬তাৰিখে  শিক্ষাবিদ, সমাজকৰ্মী সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ ৰবিন কোঁৱৰ ছাৰে পৰিয়া...
02/02/2026

আজি ইংৰাজী ০২/০২/২৬তাৰিখে শিক্ষাবিদ, সমাজকৰ্মী সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ ৰবিন কোঁৱৰ ছাৰে পৰিয়াল সহ উপস্থিত হৈ সোণাৰি জাতীয় বিদ্যালয়ৰ পুথিভঁৰাললৈ এটা আলমিয়াৰ আৰু এশ এখন গ্ৰন্থ প্ৰদান কৰে। উল্লেখযোগ্য যে, স্কুলীয়া শিক্ষাৰ পৰা উচ্চ শিক্ষাৰে শিক্ষিত কৰোৱা তেখেতৰ পুথাদেউ ঁৰাগেশ্বৰ ফুকন আৰু এনাইদেউ ঁলম্বেশ্বৰী ফুকনৰ পৱিত্ৰ স্মৃতিত আগবঢ়োৱা এই মহৎ অৱদান বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত নিৰ্মল শইকীয়া ছাৰ, উপ-সভাপতি শ্ৰীযুত ৰাজীৱ কটকী ছাৰ, অধ্যক্ষা আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত অৰ্পণ কৰে। বিদ্যালয় পৰিয়ালৰ হৈ শ্ৰদ্ধাৰ ছাৰ আৰু বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ।

চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্...
30/01/2026

চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত বিদ্যালয়ৰ দল একাদশ শ্ৰেণীৰ ছাত্ৰ যোগ জ্যোতি উৰাং আৰু নৱম শ্ৰেণীৰ ছাত্ৰ শিৱম জ্যোতি উৰাঙে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দুয়োলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।

23/01/2026

আজিৰ মঞ্চত কেইগৰাকীমান অভিভাৱিকা ...

আজিৰ দিনটো কণমানিসকলৰ সৈতে ভাল লগা ক্ষণবোৰ।
23/01/2026

আজিৰ দিনটো কণমানিসকলৰ সৈতে ভাল লগা ক্ষণবোৰ।

23/01/2026

আজি দিনটোৰ বিশেষ।

Address

Sonari
785690

Website

Alerts

Be the first to know and let us send you an email when Sonari Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category