28/02/2025
নমস্কাৰ
সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলো।
শংকৰদেৱ শিশু নিকেতন, মিছাজান (বৰহাট)ৰ ২০২৫_২০২৬ শিক্ষা বৰ্ষৰ নতুন নামভৰ্তিৰ কাৰনে
অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰ-পত্ৰ দি থকা হৈক্ছে।
শ্ৰেণী অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বয়স
অংকুৰ শ্ৰেণী ৩+( ৩বছৰ ওপৰ)
মুকুল শ্ৰেণী ৪+( ৪বছৰ ওপৰ)
প্ৰভাত শ্ৰেণী ৫+(৫বছৰ ওপৰ)
প্ৰভাত শ্ৰেণী ৬+(৬বছৰ ওপৰ)
অংকুৰ শ্ৰেণীৰ পৰা প্ৰভাত শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ-দান শিশু বাটিকা মাধ্যমত কৰা হব।লগতে খেল-ধেমালী , শাৰীৰিক ব্যায়াম , যোগাসন , নৈতিক ,আধ্যাত্মিক শিক্ষাৰো শিক্ষা দান কৰা হব।
দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ বিশেষ বাচনি পৰীক্ষা লোৱাৰ লগতে সাক্ষাৎকাৰ লোৱা হব।
বিশেষ জানিবৰ বাবে তলৰ নম্বৰত যোগাযোগ কৰিব।
কাৰ্যালয়……৮০১১১ ৬৬৬৭০ প্ৰধানাচাৰ্যা… ৯৬৭৮৫ ৭৮০৭৬