Afala miching high school

Directions

Afala miching high school Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Afala miching high school, High School, Sivasagar.

05/09/2026

শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটো আমি সকলোৱেই মিলি এনেদৰেই উদযাপন কৰিলোঁ।

24/08/2026

আজি বিদ্যালয়ত ১৬০০ মেহগনি গছৰ পুলি ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হল। 24/08/26


৮০সংখ্যক  স্বাধীনতা দিৱসৰ আন্তৰিক  শুভেচ্ছা জনালোঁ ।15/08/2026
15/08/2026

৮০সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।15/08/2026

আমাৰ বিদ্যালয়ৰ পৰা mutual ট্ৰানস্ফাৰ লৈ যোৱা সমূহ শিক্ষক-শিক্ষয়িত্ৰী বৃন্দলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো...
15/08/2026

আমাৰ বিদ্যালয়ৰ পৰা mutual ট্ৰানস্ফাৰ লৈ যোৱা সমূহ শিক্ষক-শিক্ষয়িত্ৰী বৃন্দলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰ সুখ আৰু আনন্দময় হওক তাকে কামনা কৰিলোঁ🙏🙏

30/06/2026

A beautiful day for a group shot! Grateful for this amazing team and the memories we’re making together. !

30/06/2026
 #টিংখাং বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ শিৱসাগৰ জিলাৰ অভিভাৱক কেবিনেট মন্ত্ৰী বিমল বৰা দেৱ আজি আমাৰ বিদ...
29/06/2026

#টিংখাং বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ শিৱসাগৰ জিলাৰ অভিভাৱক কেবিনেট মন্ত্ৰী বিমল বৰা দেৱ আজি আমাৰ বিদ্যালয়ত উপস্থিত থাকি বিদ্যালয় পৰিদৰ্শন কৰে। 29/06/2026

 #01/04/2026 বিদ্যা আৰম্ভণি
02/04/2026

#01/04/2026 বিদ্যা আৰম্ভণি

17/02/2026

time we celebrated Pre Ali aye ligang at our school #17/02/26

Address

Sivasagar

Website

Alerts

Be the first to know and let us send you an email when Afala miching high school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category