01/10/2016
Sankardev Shishu Niketan,Simaluguri
SANKARDEV SHISHU NIKETAN,SIMALUGURI___
SIMALUGURI,SIVASAGAR(ASSAM)
01/10/2016
৭০ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শিমলুগুৰি শাখাৰ উদ্যোগত অহা ১৫ আগষ্ট দিনা দিনৰ ১০ বজাত এক বাইক ৰেলী শিমলুগুৰি আৰু নাজিৰা নগৰৰ মাজেৰে আয়োজন কৰা হৈছে l গতিকে উক্ত বাইক ৰেলীত যোগদান কৰি ৰেলীৰ সৌষ্ঠৱ বৃদ্ধি কৰাত তোমাৰ সহযোগিতা একান্তই প্ৰয়োজন l ৰেলীৰ আৰম্ভনি স্হান : শংকৰদেৱ শিশু নিকেতন , শিমলুগুৰি l
অহা ১০ জুলাই দেওবাৰে নিকেতনত হব প্ৰাক্তন ছাত্ৰ ভাৰতীৰ বৈঠক খনত ২০১২, ২০১৩ বৰ্ষৰ লগতে ২০১৫ আৰু ২০১৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলকো একেলগে আহিবলৈ অনুৰোধ জনোৱা হল ,এই ক্ষেত্ৰত জেষ্ঠ প্ৰাক্তন ছাত্ৰ সকলে বিশেষ দায়িত্ব লব lবৈঠকলৈ সকলো অহাতো অতি জৰুৰী l
কাইলৈ দিনৰ ১০ বজাত প্ৰাক্তন ছাত্ৰ সমাৰোহৰ উদযাপন সমিতিখন পুৰ্নাংগ ৰূপত গঠন কৰিবলৈ এখন ইনফৰমেল মিটিংৰ আয়োজন কৰা হৈছে l সকলোকে উক্ত সভাত উপস্থিতি কামনা কৰা হ'ল l
অহা ৩ জুলাই দেওবাৰে দিনৰ 10 am বজাত নিকেতনৰ সভা গৃহত শংকৰদেৱ শিশু নিকেতন,শিমলুগুৰিৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ এখন জৰুৰী বৈঠক আয়োজন কৰা হৈছে lসেয়েহে উক্ত সভাত আপোনাৰ উপস্হিতি একান্তই জৰুৰী l যিহেতু এই সভাতে প্ৰাক্তন ছাত্ৰ সমাৰোহ খন অনুষ্ঠিত কৰাৰ সৰ্ন্দভত বিতং আলোচনা কৰা হব l বিঃ দ্ৰঃ সভাখন কম সময় অনুষ্ঠিত কৰিবলৈ লোৱাৰ কাৰণে, হয়তো প্ৰতিজন প্ৰাক্তন ছাত্ৰই গম নাপাব পাৰে ,গতিকে আপোনিও এই সভাৰ বিষয়ে বাকী সকলক জনাওক l
Hey friends !! add your friends into this page !! (Especially for SSNS students)
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Simaluguri
Sivasagar
785686
Opening Hours
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 9am - 5pm |