Tai Ahom's socio cultural development and historical research .

Tai Ahom's socio cultural development and historical research .

Share

our aim is to unit all tai ahom as if they feel the importance of socio cultural development and to

18/06/2025

চাও ফা ৰাজেশ্বৰ সিংহ ৰ পৰ্বতীয়া কুঁৱৰী কুৰঙ্গনয়নীয়ৰ বীৰত্বৰ বিষয়ে কবলৈ যাওঁতে হাতীচুঙি ৰাঘৱ মৰাণৰ এশ কুঁৱৰী ৰ মাজৰ পৰা কেনেকৈ ৰাজেশ্বৰ সিংহ ৰ কুঁৱৰী কুৰঙগনয়নীৰ সতীত্ব, লিগিৰী সোনাইৰ বলীদান তথা বীৰত্ব ৰে ৰক্ষা কৰি আহিছিল এই কথা সুৱৰিব লাগিব । ৰাঘৱ মৰাণ বৰবৰুৱাই মণিপুৰৰ ৰাজকন্যা কুৰঙগনয়নীক বলেৰে অন্তেখপুৰত ঠাই দিছিল ; কিন্তু আইকুঁৱৰীদেৱৰ ধর্ম নষ্ট কৰিব নোৱাৰিছিল। আইকুঁৱৰীদেৱৰ লগত সোণাই নামে এজনী বিশ্বাসী লিগিৰী আছিল। ৰাতি হ'লে 'বৰবৰুৱাই চাকি লগাই শুৱ নাপায়' বুলি কৈ চাকি নুমাই সোণাই লিগিৰীক ৰাঘৱৰ লগত দি কুৰঙ্গনয়নী আইকুঁৱৰীদেৱে বৰবৰুৱাৰ কোঠালিৰপৰা আহি আন শয্যাত শুইছিলহি। লক্ষীসিংহ স্বৰ্গদেউ লৈ সন্ধিয়া হলে আইকুৱৰীদেৱে সোণাইৰ হাতে জা-জলপান পঠিয়াইছিল। ৰাঘৱ বৰবৰুৱাৰ ঘৰৰ বাহিৰে ফুৰাত এদিন সোণাইৰ যোগেদি ৰাঘৱ ক হত্যাৰ ৰচনা কৰা কলিতা হাজৰিকাই লগ ধ ৰোতে , বহুদিন মৰাণৰ বন্দিনী হৈ নিজৰ মানুহ পোৱাত আইকুঁৱৰীদেৱে কান্দি কান্দি কৈছিল , "মই মণিপুৰীয়া ৰজাৰ জী, স্বগী মহাৰাজাৰ ঘৈণী পৰ্বতীয়া কুঁৱৰী হৈ এতিয়া হাতীচুঙী ৰ তিৰোতা হৈ আছো বুলি দেশে জানিলে। তথাপি ধর্মে জানে। 'বৰবৰুৱা চাকি লগাই শুব নাপায়' বুলি চাকি নুমাই সোণাইক দি মই ধর্মতে আছোঁ ।
"While speaking about the bravery of the hill princess Kuranganayani, queen of Swargadeo Rajeshwar Singha, one must recall how Raghav Moran of Hatichungi, despite having a hundred princesses at his disposal, could not tarnish her chastity, which was ultimately preserved by the sacrifice and bravery of her loyal attendant, Sonai.
Raghav Moran Barbarua had forcibly taken the Manipuri princess Kubadnoyani into his harem; however, he could not violate her religious virtue. Princess Kuranganayani was accompanied by a loyal attendant named Sonai. At night, Kuranganayani would extinguish the lamp saying, “Barbarua cannot sleep with the lamp lit,” and then, giving Sonai in her place, she would quietly move to another bed and sleep there.
In the evenings, Kuranganayani used to send food and drink to Swargadeo Lakshmi Singha through Sonai. Once, when Raghav Barbarua was walking outside his house, Kalita Hazarika, using Sonai’s help, plotted and managed to capture Raghav. Kuranganayani, who had long been a prisoner of the Morans, wept when she finally met her people and said,
“I am the daughter of the king of Manipur, the queen of the late Swargadeo, a hill princess — now if the country learns that I have become the wife of a Hatichungi man, what a shame it would be! But only Dharma knows the truth. I remained true to my virtue by extinguishing the lamp and sending Sonai in my place, saying, ‘Barbarua cannot sleep with the lamp light.’ I have preserved my virtue

Photos from Tai Ahom's socio cultural development and historical research .'s post 26/06/2022

Ahom jugor.. try to guess it..

13/02/2022

স্বৰ্গদেউ গমধৰ সিংহ ৰ মৈদাম , পূব নকছাৰী , ছটা ই ফালে

03/11/2021
03/11/2021

নৰিয়া ৰজাৰ মৈদাম , ৰোজাবাৰী । ৰণ ছে খাম । অহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ তৃতীয় পুত্ৰ ( দিহিঙীয়া পৰিয়ালৰ ইতিহাস) ।

Photos from Tai Ahom's socio cultural development and historical research .'s post 15/04/2021

আজি হৰগৌৰী দৌল (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ ৰ দিনৰ) , তাৰ অলপ আগলৈ জয়মতী LP স্কুলৰ ৰ সীমাৰ ভিতৰত কিছু মন্দিৰ সদৃশ ভগ্নাৱশেষ দৰ্শন কৰাৰ লগতে ঐতিহাসিক ফাকুৱা দৌল দৰ্শন কৰি বছৰটোৰ শুভাৰম্ভ কৰা হল ।

Photos from Tai Ahom's socio cultural development and historical research .'s post 29/10/2020

Our collections

Photos from Tai Ahom's socio cultural development and historical research .'s post 06/09/2020

আহোম যুগৰ শ শ বছৰ পুৰণি এই ঐতিহাসিক " কেন্দু " গছ জোপা ,

Photos from Tai Ahom's socio cultural development and historical research .'s post 06/09/2020

কেন্দুগুৰি ৰ কনচেং বৰপাত্ৰগোঁহাই ৰ দৌল ।

Photos from Tai Ahom's socio cultural development and historical research .'s post 23/06/2020

স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ গৰখীয়া দ'ল । দিখৌ ৰ পাৰত, নাজিৰাত ।(জিলা শিৱসাগৰ)

Photos from Tai Ahom's socio cultural development and historical research .'s post 18/06/2020

??

Want your school to be the top-listed School/college in Sivasagar?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


স্বৰ্গদেউ প্ৰতাপ সিংহ পথ , শিৱসাগৰ নগৰ
Sivasagar