Dikhowmukh Jana Jati High School

Dikhowmukh Jana Jati High School

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dikhowmukh Jana Jati High School, High School, Dikhowmukh na katani kalu gaon, Sivasagar.

Photos from Dikhowmukh Jana Jati High School's post 22/08/2023

আজি বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু সমাৰোহৰ কেইটামান দৃশ্য।।

Photos from Dikhowmukh Jana Jati High School's post 13/04/2018

ৰঙালীৰ উৰুকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে হেপাহৰ বিহুটি আদৰণি জনাই ৷ বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনাইছো ! নতুন বছৰটোয়ে সকলোলৈকে সমৃদ্ধি কঢ়িয়াই আনক !!!0

Photos from Dikhowmukh Jana Jati High School's post 31/03/2018

আমাৰ বিদ্যালয়ৰ মূল চালিকা শক্তি " অতুলদা " ই আজি ৪৩ বছৰ নিষ্ঠাৰে সেৱা আগবঢ়াই চাকৰী জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰে ৷ অতি নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি বিদ্যালয়খন সূচাৰুৰূপে পৰিচালিত হোৱাত ওৰেটোজীৱন পাত কৰা অতুলদাৰ বিদায়ে বিদ্যালয় পৰিয়ালৰ সকলোৰে চকু সেমেকাই তোলে ৷ বিদায় মূহুৰ্তত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু সহকৰ্মী সকলৰ সৈতে অতুল সাউদদা ৷ অৱসৰকালীন জীৱনলৈ অফুৰন্ত শুভকামনা জনাইছো ৷

Photos from Dikhowmukh Jana Jati High School's post 23/03/2018

আজি মুখ্যমন্ত্ৰী বিশেষ আচঁনিৰ অধীনত বিদ্যালয়ৰ ক্লাছ টেনৰ ছাত্ৰী সকললৈ চাইকেল বিতৰণ অনুস্থানত বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ক্ষীৰোদ খনিকৰ ডাঙৰীয়া আৰু প্ৰধান শিক্ষককে ধৰি সহকৰ্মী সকল৷

Photos from Dikhowmukh Jana Jati High School's post 23/03/2018

বিদ্যালয়ত 22 মাৰ্চত পালন কৰা আন্তজাতিক জল দিবসৰ দুটামান মূহুৰ্ত !

02/02/2018
Photos from Dikhowmukh Jana Jati High School's post 01/02/2018

আজিৰ পৰা আমাৰ বিদ্যালয়ৰ ২০১৮ বৰ্ষৰ বাৰ্ষীক ক্ৰীড়া সপ্তাহ আৰাম্ভ হৈছে৷ পুৱা পতাকা উত্তোলনেৰে কাৰ্য্যসূচী মুকলি কৰে জেষ্ঠ শিক্ষক পুলক সাউদ ডাঙৰীয়াই ৷

Want your school to be the top-listed School/college in Sivasagar?

Click here to claim your Sponsored Listing.

Location

Category

Address


Dikhowmukh Na Katani Kalu Gaon
Sivasagar
BHARALUATINIALI