AASU, Gargaon College UNIT

AASU, Gargaon College UNIT

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AASU, Gargaon College UNIT, Education, Gargaon, Simaluguri, Sivasagar.

Photos from Samiran Phukon - সমীৰণ ফুকন's post 11/12/2025
Photos from Utpal Sarma's post 11/12/2025
Photos from AASU, Gargaon College UNIT's post 27/09/2025

গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদক, উপ সভাপতি, সহকাৰী সাধাৰণ সম্পাদক, সংগীত সম্পাদক,লঘূ ক্ৰীড়া সম্পাদক,সাহিত্য আৰু আলোচনী সম্পাদক,সমাজ সেৱিকা সম্পাদক,তর্ক আৰু আনুষংগিক বিভাগৰ সম্পাদক, উৎসৱ আৰু সাংস্কৃতিক সম্পাদক,খেল বিভাগৰ সম্পাদক, ছাত্ৰ জিৰণি কোঠা সম্পাদক,শৰীৰচৰ্চা সম্পাদক মুঠ ১২ টা পদত আছু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ। সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

জয়তু গড়গাঁও মহাবিদ্যালয় আছু গোট।
জয় আই অসম

AASU, Gargaon College UNIT

15/06/2025

সদৌটিলৈ শুভকামনা✨
AreAClass

Photos from AASU, Gargaon College UNIT's post 24/04/2025
14/03/2025
02/03/2025

শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২৫-২৬ এপ্ৰিলত দ্বাদশ সংখ্যক বাৰ্ষিক ৰঙালী বিহু সন্মিলন আয়োজন
শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বিগত ১১ বৰ্ষৰ দৰে এইবাৰো অহা ২৫ ৰ ২৬ এপ্ৰিলত কাকজান খেলপথাৰত অনুষ্ঠিত হ’ব দ্বাদশ সংখ্যক ৰঙালী বিহু সন্মিলন। সেই উদ্দেশ্যেৰে ধিতাইপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত ,বিদ্যালয়ৰ প্ৰধান শিক্ষক উত্তম গগৈৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰীতম বৰগোহাঁইয়ে আঁত ধৰা উক্ত ৰাজহুৱা সভাতে শিক্ষাবিদ প্ৰণৱ বুঢ়াগোহাইক সভাপতি, ৰজত দত্ত, নিৰঞ্জণ মহন্ত, বিদুৎ কোৱঁৰক কাৰ্যকৰী সভাপতি, মানৱ হাজৰিকাক সাধাৰণ সম্পাদক, পাৰ্থপ্ৰতীম বৰা আৰু প্ৰীতম বৰগোহাঁইক যুটীয়া সম্পাদক হিচাপে লৈ এখনি আয়োজক সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, এইবাৰ বিহু সন্মিলন খনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাই অংশগ্ৰহন কৰিব। সকলো ৰাইজৰ অংশগ্ৰহণ আৰু সহায় সহযোগিতা একান্তৰে কামনা কৰিলোঁ।

12/02/2025

Samiran Phukon - সমীৰণ ফুকন
Utpal Sarma

Want your school to be the top-listed School/college in Sivasagar?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gargaon, Simaluguri
Sivasagar
785686