Suryudoi Adarsha High School

Suryudoi Adarsha High School SECONDARY SCHOOL

19/11/2025
19/11/2025
19/11/2025

Eco Club Activities

আজি মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে পঠোৱা বিহুৰ উপহাৰ গ্ৰহন কৰিলোঁ।
03/04/2025

আজি মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে পঠোৱা বিহুৰ উপহাৰ গ্ৰহন কৰিলোঁ।

আজি ১০/০৩/২০২৫ তাৰিখে মাননীয় বিদ্যালয় সমূহৰ পৰিদৰ্শক মহোদয়ে পোৱা ৯-১০ বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ সৈতে আমাৰ ব...
10/03/2025

আজি ১০/০৩/২০২৫ তাৰিখে মাননীয় বিদ্যালয় সমূহৰ পৰিদৰ্শক মহোদয়ে পোৱা ৯-১০ বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ সৈতে আমাৰ বিদ্যালয় পৰিদৰ্শন কৰে।

আজি আমাৰ বিদ্যালয়ৰ গুনোৎসৱ ২০২৫ৰ বহিঃ মূল্যায়ন অতি সফলভাৱে পাৰহৈ যায়।  চিলাপথাৰ মহাবিদ্যালয় সহকাৰী অধ্যাপিকা ডক্টৰ জোনাল...
22/01/2025

আজি আমাৰ বিদ্যালয়ৰ গুনোৎসৱ ২০২৫ৰ বহিঃ মূল্যায়ন অতি সফলভাৱে পাৰহৈ যায়। চিলাপথাৰ মহাবিদ্যালয় সহকাৰী অধ্যাপিকা ডক্টৰ জোনালী চেতীয়া মে'ম গুনোৎসবৰ বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকি সফলতাৰে দায়িত্ব পালন কৰে | পুৱাৰ প্রাতঃ সভাৰ পৰা বিয়লিলৈকে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতিদেৱৰ লগতে সদস্য/ সদস্যা সকল, মাতৃ গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যা সকল, প্ৰাক্তন ছাত্ৰ/ছাত্ৰী সকল আৰু বহু অভিভাৱক উপস্থিত থাকি গুনোৎসবৰ গাম্ভীর্য বৃদ্ধি কৰে।বহিঃ মূল্যায়নৰ নিৰীক্ষক হিচাবে উপস্থিত থকা চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ক্ৰমে মনোজ দুৱৰা ছাৰ, গোলেন্দ্ৰ ভূঞা ছাৰ, প্ৰবিত্ৰ গগৈ ছাৰ, ৰবিন নেওগ ছাৰ আৰু পপী ফুকন মে'মলৈও কৃতজ্ঞতা জ্ঞাপন কৰিলো।
ছাত্ৰ/ছাত্ৰী সকলৰ মূল্যায়ন সফল পৰিসমাপ্তিৰ পিছত তেওঁলোকে গীত মাত, ঢোল বাদন, অভিনয়, নৃত্য আদিৰ যোগেদি নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ লগতে আমাকো যি আমোদ দিলে তাৰবাবে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলো। আমাক গুনোৎসৱৰ সকলো সময়তে সহায় কৰিথকা লাইচন অফিচাৰ শ্ৰীযুত ভূপেন সোনোৱালদেৱলৈও কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আজি আমাৰ বিদ্যালয়ৰ গুনোৎসৱৰ প্ৰথম দিনৰ কাৰ্য্যসূচী অতি সুন্দৰ ভাৱে পাৰহৈ যায়।  কাৰ্য্যসূচী সমূহত অংশগ্ৰহন কৰা বিদ্যালয় প...
17/01/2025

আজি আমাৰ বিদ্যালয়ৰ গুনোৎসৱৰ প্ৰথম দিনৰ কাৰ্য্যসূচী অতি সুন্দৰ ভাৱে পাৰহৈ যায়। কাৰ্য্যসূচী সমূহত অংশগ্ৰহন কৰা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতি শ্ৰীযুত দেৱ কুমাৰ চুতীয়াদেৱৰ লগতে সমূহ সদস্য / সদস্যা আৰু অভিভাৱক সকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি গুনোৎসৱৰ প্ৰথম দিনটোতে আমাৰ প্ৰাক্তন ছাত্ৰ/ ছাত্ৰী সকলে বিদ্যালয়খনিৰ প্ৰতি তেওঁলোকৰ যি দায়বদ্ধতা প্ৰদৰ্শন কৰিলে আমি দেখি গৌৰৱ অনুভৱ কৰিছোঁ।

24/09/2024

চিচিবৰগাওঁ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক,আমাৰ পূজনীয় শিক্ষা গুৰু, আমাৰ সূৰ্য্যোদয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ প্ৰাক্তন সভাপতি, চিচিবৰগাওঁ পুকীয়াৰ গাৱঁৰ নিৰ্বসী যোগেন চুতীয়া ছাৰৰ বিয়োগৰ খৱৰটো পাই অতিকৈ মৰ্মাহত হৈছোঁ।ছাৰৰ মৃত্যু চিচিবৰগাওঁ অঞ্চলৰ বাবে এক অপূৰনীয় ক্ষতি,। তেখেতৰ জীৱন কালত আমাৰ সমাজ খনৰ উন্নয়নৰসকে কৰিযোৱা কাম আৰু দেখাই যোৱা নীতি আদৰ্শ সমূহে আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব।ছাৰৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

Self defence
29/01/2024

Self defence

Porikha pe Charcha
29/01/2024

Porikha pe Charcha

Satur day Career Counseling Programme at Suryadoi Adarsha High School.
27/01/2024

Satur day Career Counseling Programme at Suryadoi Adarsha High School.

Address

Sisi Bargaon

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 1pm

Telephone

+919954184189

Website

Alerts

Be the first to know and let us send you an email when Suryudoi Adarsha High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Suryudoi Adarsha High School:

Shortcuts

Share

Category