Simaluguri Nagar LPS

Directions

Simaluguri Nagar LPS ✍️Education
🤸Activity
🧘Motivation
🌟 Learning today, Leading tomorrow

গুৰু ব্রহ্মা গুৰু বিষ্ণু গুৰু দেবো মহেশ্বৰ।গুৰু সাক্ষাৎ পৰমব্রহ্ম তস্মৈ শ্রী গুৰুৱে নমঃ॥আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ‍্...
05/09/2026

গুৰু ব্রহ্মা গুৰু বিষ্ণু গুৰু দেবো মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰমব্রহ্ম তস্মৈ শ্রী গুৰুৱে নমঃ॥

আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ‍্যালয়তো শিক্ষক দিৱস উদযাপন কৰা হয় ।



প্ৰতিকূল বতৰকো নেউচি আমাৰ বিদ‍্যালয়ত আজি “ অংগনবাড়ী কেন্দ্ৰৰ শিশুৰ শৈক্ষিক ভ্ৰমণৰ লগতে বিশ্ব পৰিৱেশ দিৱস “ উদযাপন কৰা হ...
05/06/2026

প্ৰতিকূল বতৰকো নেউচি আমাৰ বিদ‍্যালয়ত আজি “ অংগনবাড়ী কেন্দ্ৰৰ শিশুৰ শৈক্ষিক ভ্ৰমণৰ লগতে বিশ্ব পৰিৱেশ দিৱস “ উদযাপন কৰা হয় । আজি অনুস্থানটিত অংগনবাড়ী কেন্দ্ৰৰ supervisor মাননীয়া মৌচুমী বাইদেউৰ লগতে শিমলুগুৰি সমল কেন্দ্ৰৰ CRCC উপাসনা বাইদেউ উপস্থিত থাকি আমাক যি দিহা পৰামৰ্শ প্ৰদান কৰিলে তাৰ বাবে আমি কৃতজ্ঞ ।

১০/০৫/২০২৬ তাৰিখ ৰবিবাৰে পহুচুঙী দেওধাই গাঁৱত ৰঙালী বিহু সন্মিলন উপলক্ষে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সেই প্ৰতিযোগ...
12/05/2026

১০/০৫/২০২৬ তাৰিখ ৰবিবাৰে পহুচুঙী দেওধাই গাঁৱত ৰঙালী বিহু সন্মিলন উপলক্ষে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সেই প্ৰতিযোগিতাখনিত শিমলুগুৰি নগৰ প্ৰাথমিক বিদ‍্যালয়ৰ দ্বীপজ‍্যোতি তাঁতী আৰু সৰস্বতী কুমাৰীয়ে তৃতীয় স্থান আৰু পূৰব চেত্ৰী আৰু অনুস্কা ৰাজবংশীয়ে নিচুকণী বঁটা লাভ কৰিবলৈ সক্ষম হয় । তেওঁলোকৰ উজ্জ্বল ভৱিষ‍্যত কামনা কৰিলোঁ ।



আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত জেষ্ঠ নাগৰিক সন্মিলনীৰ তৰফৰ পৰা শিক্ষা আৰু স্বাস্থ‍্য সম্পৰ্কীয় সজাগতা বিষয়ত এখনি স...
02/05/2026

আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত জেষ্ঠ নাগৰিক সন্মিলনীৰ তৰফৰ পৰা শিক্ষা আৰু স্বাস্থ‍্য সম্পৰ্কীয় সজাগতা বিষয়ত এখনি সভা অনুষ্ঠিত কৰা হয় । এই সভাই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব বুলি আশাবাদী ।

30/03/2026

শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা "আৰ্ট এণ্ড ক্ৰাফ্ট" প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত ।




আজি বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হয় 🙏❤️ প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁলোকে মাধ্যমিক শিক্ষাৰ দিশে ধাৱম...
14/03/2026

আজি বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হয় 🙏❤️ প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁলোকে মাধ্যমিক শিক্ষাৰ দিশে ধাৱমান হোৱাৰ ক্ষণতে আমি সকলোৱে তেওঁলোকক অকণমান মৰম আৰু আশীৰ্বাদ যাচিলোঁ 🎉💐




21/02/2026

Celebration time 💐🎈
Warm Welcome for Class 1



আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত ২০২৫-২০২৬ বৰ্ষৰ শিশু মেলাৰ দ্বিতীয় মূল্যায়ন অনুষ্ঠিত কৰা হয়। শিশু সকলক বিদ্যালয...
20/02/2026

আজি শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত ২০২৫-২০২৬ বৰ্ষৰ শিশু মেলাৰ দ্বিতীয় মূল্যায়ন অনুষ্ঠিত কৰা হয়। শিশু সকলক বিদ্যালয়মুখী কৰাৰ ক্ষেত্ৰত এই শিশু মেলাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী ।
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️




📍যা কুন্দেন্দু তুষাৰহাৰা ধৱলা যা শ্বেত পদ্মাসনা। যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।। যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্...
23/01/2026

📍যা কুন্দেন্দু তুষাৰহাৰা ধৱলা যা শ্বেত পদ্মাসনা। যা বীণা বৰদণ্ডমণ্ডিত কৰা যা শুভ্ৰবস্ত্ৰাবৃতা।। যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা। সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

📍 আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা। শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়তো অনুষ্টুপীয়াকৈ সৰস্বতী পূজা আয়োজন কৰা হয়।



📍১৮/০১/২৬ তাৰিখে 'অমৃত ভাৰত এক্সপ্ৰেছ' নামৰ এখন নতুন ৰে'লৰ শুভাৰম্ভণি কৰা হয় । ইয়াৰ লগতে সংগতি ৰাখি শিমলুগুৰি জংচনৰ কৰ...
20/01/2026

📍১৮/০১/২৬ তাৰিখে 'অমৃত ভাৰত এক্সপ্ৰেছ' নামৰ এখন নতুন ৰে'লৰ শুভাৰম্ভণি কৰা হয় । ইয়াৰ লগতে সংগতি ৰাখি শিমলুগুৰি জংচনৰ কৰ্মকৰ্তা সকলৰ তৰফৰ পৰা আমাৰ বিদ্যালয় শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ চিত্ৰাংকন, ৰচনা আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশেষ বঁটা প্ৰদান কৰে ।



Address

Simaluguri

Website

Alerts

Be the first to know and let us send you an email when Simaluguri Nagar LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category