09/05/2024
আজি ঘোষিত ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কলা, আৰু বিজ্ঞান শাখাৰ আমাৰ চুকাফা একাডেমীৰ ফলাফল
কলা শাখা -
মুঠ ছাত্ৰ ছাত্ৰী - ৮২
দিষ্টিংচন -2
ষ্টাৰ - ৩
প্ৰথম বিভাগ -৩৪
দ্বিতীয় বিভাগ - ৩৭
তৃতীয় বিভাগ -৯
কলা শাখাৰ Priyakshi Arandhara ই পাঁচটা বিষয়ত লেটাৰ মাৰ্ক সহ ৮৯% নম্বৰেৰে ভূগোল বিষয় টোত ৯৭ নম্বৰ লাভ কৰি একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনে।
বিজ্ঞান শাখা- ৩
দ্বিতীয় বিভাগ- 2
তৃতীয় - ১