Santak High School

Santak High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Santak High School, School, SANTAK, Simaluguri.

Observation of NATIONAL VOTERS' DAY 2026
24/01/2026

Observation of NATIONAL VOTERS' DAY 2026

2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চন্টক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পলাশ জ্যোতি মৰাং, বৃষ্টিশিখা গগৈ, আচমিন নাহাৰ আ...
05/06/2025

2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চন্টক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পলাশ জ্যোতি মৰাং, বৃষ্টিশিখা গগৈ, আচমিন নাহাৰ আহমেদ (ষ্টাৰ) , ফাৰহানা বেগম আৰু পূৰ্ণিমা কোঁৱৰে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজি ইং 5 জুন 2025 তাৰিখে বিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰা এখনি মানপত্ৰৰে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়।

08/01/2025
05/09/2024

Performer of the day... Umesh...

শিক্ষক দিৱস উপলক্ষে
05/09/2024

শিক্ষক দিৱস উপলক্ষে

05/09/2024

Teachers Day

05/09/2024
05/09/2024

Teachers Day celebration

05/09/2024

শিক্ষক দিৱস উদযাপন আজি বিদ্যালয়ত

বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভানুমতি বাঢ়ৈ বাইদেউয়ে বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ বাবে এটি Wash Basin অনুদান আগবঢ়ায়। আজি ইং 13/0...
13/06/2024

বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভানুমতি বাঢ়ৈ বাইদেউয়ে বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ বাবে এটি Wash Basin অনুদান আগবঢ়ায়। আজি ইং 13/06/2024 তাৰিখে উক্ত Wash Basin ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়া হয়।

Parent Teacher Meeting @ Santak HS, Date- 12/06/2024
12/06/2024

Parent Teacher Meeting @ Santak HS, Date- 12/06/2024

Address

SANTAK
Simaluguri
785687

Website

Alerts

Be the first to know and let us send you an email when Santak High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Santak High School:

Shortcuts

Share

Category