শংকৰদেৱ শিশু নিকেতন ,শিমলুগুৰি

  • Home
  • India
  • Simaluguri
  • শংকৰদেৱ শিশু নিকেতন ,শিমলুগুৰি

শংকৰদেৱ শিশু নিকেতন ,শিমলুগুৰি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from শংকৰদেৱ শিশু নিকেতন ,শিমলুগুৰি, School, Simaluguri.

16/03/2026

আমাৰ কণ কণ শিশু সকলক প্ৰথম অৱস্থাত মাতৃভাষাতেই শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ দিব লাগে। আমাৰ শিশু সকলে মাতৃভাষাৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলে শিশু সকলৰ "ভেটি "মজবুত হয় আৰু সেইবোৰৰ দ্বাৰা তেওঁ লোকৰ বুদ্ধিৰ বিকাশ ক্ৰমাগত ভাৱে বৃদ্ধি পায়। যিকোনো ল'ৰা ছোৱালীৰ ১০ বছৰ বয়সলৈকে হৃদয়ৰ বিকাশ ঘটে।এই বয়স সংস্কাৰ শিকাৰ বয়স তথা কোমল ভাৱনাৰ বিকাশৰ বয়স।এই বয়সত বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত বেছি খৰধৰ কৰিব নালাগে। আমাৰ শিশু সকলক সংস্কাৰ সম্পূৰ্ণৰূপে মাতৃভাষাৰ মাধ্যমতহে দিয়া হয়। প্ৰথমে মাতৃভাষাৰ ভেটিটো সুদৃঢ় কৰি পাছত অনান্য ভাষাবোৰ আয়ত্ত কৰিবলৈ শিশুক প্ৰেৰণা দিব লাগে। বহু পণ্ডিত, শিক্ষাবিদ আৰু শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত গৱেষণা কৰা গৱেষক সকলেও কয় যে ------"শিশুৰ মস্তিষ্কৰ বিকাশৰ বাবে মাতৃভাষাৰ মাধ্যমতহে শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় আৰু জৰুৰী।"

👆 এই বিষয়ে আপোনালোকৰ মতামত জনাবচোন 🙏

পলম নকৰিব। আসন সীমিত ।👇
12/03/2026

পলম নকৰিব। আসন সীমিত ।👇

17/02/2026

উৎকৰ্ষ মহোৎসৱৰ আন এটি স্মৰণীয় দৃশ্য।

15/02/2026

প্ৰাতঃসভাত অষ্টম‌ মানৰ মৌবৰষা চেতিয়া।

11/02/2026

উৎকৰ্ষ মহোৎসৱত সপ্তম মানৰ ছাত্ৰী আকাংক্ষা গগৈৰ দেশপ্ৰেমমূলক গীত পৰিৱেশন।

09/02/2026

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী অৰ্পণা বৰাৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন।

07/02/2026

প্ৰাত:সভাত অষ্টম মানৰ ফাৰহিন আৰা বেগমৰ বক্তৃতা।

06/02/2026

আজিৰ উৎকৰ্ষ মহোৎসৱৰ মান নিৰূপক দলটিক এনেদৰে আদৰণি জনোৱা হয়।

06/02/2026

নিকেতনত অনুষ্ঠিত উৎকৰ্ষ মহোৎসৱত তৃতীয় শ্ৰেণীৰ ছাত্ৰী পঞ্চী দেৱীৰ যোগাসন।

আমাৰ গৌৰৱ, আমাৰ সম্পদ। তোমালোকৰ বাবে সদায়েই আমাৰ আশীৰ্বাদ।
01/02/2026

আমাৰ গৌৰৱ, আমাৰ সম্পদ। তোমালোকৰ বাবে সদায়েই আমাৰ আশীৰ্বাদ।

01/02/2026
30/01/2026

২০২৫-২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ -ছাত্ৰীসকলৰ বিদায়ৰ মূহুৰ্ত...

Address

Simaluguri
785686

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু নিকেতন ,শিমলুগুৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category