19/04/2025
শেহতীয়াকৈ উৰ্ত্তীণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ একাডেমিৰ পৰা জনাইছোঁ অলেখ অযুত শুভ কামনা । এতিয়া সময় পুনৰ সাজু হোৱাৰ । বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও ছাত্ৰ - ছাত্ৰী সকলক আৰ্থিক সকাহ দিয়াৰ মানসেৰে কাজিৰঙা একাডেমি কর্তৃপক্ষৰ সিদ্ধান্ত মৰ্মে সম্পূৰ্ণভাৱে বিনামূলীয়া নামভৰ্তিৰ সুবিধা আগবঢ়োৱা হৈছে । আমাৰ এই সিদ্ধান্ত হয়তো আপোনালোকৰ বাবে উপহাৰ।
সময় সীমিত, আসনো সীমিত । সেয়েহে পলম নকৰি আমাৰ স'তে যোগাযোগ কৰক আৰু আপোনাৰ সন্তানটিৰ সফল যাত্ৰাৰ এক অংশীদাৰ হওক -
যোগাযোগ - ৬০০২৩৭৪১৬৮,৯৯৫৭০৪৩১৯৪