18/07/2025
KUSEB75
দুর্ব্বল মন চিরকালই সন্দিগ্ধ, ----তারা কখনই নির্ভর ক'রতে পারে না। বিশ্বাস হারিয়ে ফেলেছে ----- তাই প্রায়ই রুগ্ন, কুটিল, ইন্দ্রিয়পরবশ হয়। তাদের নিকট সারাটা জীবন জ্বালাময়। শেষে অশান্তিতে সুখ-দুঃখ ডুবে যায়, ----কি সুখ, কি দুঃখ ব'লতে পারে না; ব'ললে হয়ত বলে 'বেশ', তা'ও অশান্তি; অবসাদে জীবন ক্ষয় হ'য়ে যায়।
दुर्बल मन चिरकाल सन्दिग्ध रहता है ---वह कभी भी निर्भर नहीं कर सकता। विश्वास खो बैठता है ---इसलिए प्रायः रुग्र, कुटिल, इन्द्रियपरवश होता है। उसके लिये सारा जीवन ज्वालामय है। अन्त में अशांति में सुख-दु्:ख डूब जाता है, ----क्या सुख है, ----क्या दुःख है, नहीं कह सकता; पूछें जाने पर कहता है, 'अच्छा हुं, पर रहती है अशान्ति; अवसाद से जीवन क्षय होता रहता है।
দুৰ্ব্বল মন চিৰকালেই সন্দিগ্ধ , ----তেওঁলোকে কেতিয়াও নিৰ্ভৰ কৰিব নোৱাৰে। বিশ্বাস হেৰুৱাই পেলাইছে -----সেয়ে প্ৰায়েই ৰুগ্ন, কুটিল, ইন্দ্ৰিয়পৰবশ হয়। তেওঁলোকৰ ক্ষেত্ৰত গোটেই জীৱন জ্বালাময়। শেষত অশান্তিত সুখ-দুখ ডুবি যায়, ----কি সুখ, কি দুখ ক'ব নোৱাৰে ; ক'লেও হয়তোবা কয় 'ভালেই', সেইটোও অশান্তি ; অবসাদত জীৱন ক্ষয় হৈ যায়।
----Sree Sree Thakur Anukulchandra