30/05/2026
অনিল পাংগিং, অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতৰ এক পৰিচিত নাম, দিচাংমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান, সুদীৰ্ঘ ২৭ বছৰ বিদ্যালয় খনত নিঃস্বাৰ্থ ভাৱে সেৱা প্ৰদান কৰি, আজি ৩০ মে দিনটোত ছাৰে অৱসৰ গ্ৰহণ কৰে,
বিদ্যালয় খনৰ শৈক্ষিক উত্তৰণ ক্ষেত্ৰত ছাৰৰ অৱদান আছিল অপৰিসীম, বিদ্যালয় খনক এক সুকীয়া মানদণ্ড প্ৰদান কৰাত ছাৰৰ ভূমিকা আছিল অতুলনীয়।
অনিল পাংগিং ছাৰৰ নতুন জীৱনলৈ স্বাগতম জনাইছোঁ, আপুনি বিদ্যালয় পৰিয়াল তথা বৃহত্তৰ দিচাংমুখ অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ সদায় নমস্য হৈ ৰব
আজি ছাৰৰ শেষ দিনটোৰ কিছু স্থিৰচিত্ৰ
Palash Dutta