Banmukh Adarsha High School

Banmukh Adarsha High School Banmukh Adarsha High School

NO NPS,NO UPS,ONLY OPS
27/11/2025

NO NPS,NO UPS,ONLY OPS

৭৯ তম স্বাধীনতা দিৱস উদযাপন
15/08/2025

৭৯ তম স্বাধীনতা দিৱস উদযাপন

Activities regarding Independence Day
14/08/2025

Activities regarding Independence Day

ৰাভা দিৱস উদযাপন
20/06/2025

ৰাভা দিৱস উদযাপন

সকলোৰে সহযোগিতাত আজি বিদ্যালয়ত গুণোত্সৱ সুকলমে অনুষ্ঠিত হৈ যায়। গুণোত্সৱৰ বহি:মূল্যায়ক হিচাপে উপস্থিত  থাকে ডিমৌ মহাবিদ্...
09/01/2025

সকলোৰে সহযোগিতাত আজি বিদ্যালয়ত গুণোত্সৱ সুকলমে অনুষ্ঠিত হৈ যায়। গুণোত্সৱৰ বহি:মূল্যায়ক হিচাপে উপস্থিত থাকে ডিমৌ মহাবিদ্যালয়ৰ সহকাৰী অধ্যপিকা শ্ৰীযুতা পাৰীস্মিতা গগৈ মহোদয়া। এই আপাহতে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ শ্ৰদ্ধাৰ সভাপতি কুমুদ গগৈ ডাঙৰীয়া,উপ সভাপতি বেদান্ত মহন ডাঙৰীয়া,বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী মৰমৰ দিপালি বাইদেউ,ফুল বাইদেউ, প্ৰণৱ ছাৰ, বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ দিলীপ গগৈ দেৱ ,পানবেচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল,শ্ৰদ্ধাৰ মাতৃ গোটৰ সদস্যসকল,বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়কে প্ৰমোক্ষ কৰি সহকৰ্মীসকল,মৰমৰ দদাই দুজন,মৰমৰ ৰান্ধনী বাইদেউ দুজনী,বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল আৰু বিদ্যালয়ৰ মধ্যমণি ছাত্ৰ ছাত্ৰী সকল সকলোকে মান্যনুষাৰে সেৱা,শ্ৰদ্ধা আৰু মৰম জনাইছোঁ কাৰণ আপোনালোকৰ সহায় সহযোগিতা অবিহনে আজিৰ গুণোত্সৱৰ কামবোৰ সুকলমে কৰিব নোৱাৰিলোঁ হেতেন শেষত অজানিতে ৰৈ যোৱা ভুল ক্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ।

08/01/2025

Address

Banmukh Chutia Gaon,P.O-Banmukh
Sibsagar
785663

Website

Alerts

Be the first to know and let us send you an email when Banmukh Adarsha High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category