ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়-আলোক পথৰ যাত্ৰী আমি

  • Home
  • India
  • Sibsagar
  • ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়-আলোক পথৰ যাত্ৰী আমি

ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়-আলোক পথৰ যাত্ৰী আমি Scholastic and co-scholastic activities.

Congratulations to all of you ❤️❤️💐💐
28/04/2026

Congratulations to all of you ❤️❤️💐💐

10/04/2026

HSLC Result -2026

First Division - 24

Second Division - 20

Third Division - 04

Distinction - 01

Star- 05

Letter Marks- 40 Nos

Pass percentage - 77.42%

💯 % result of the National Means Cum Merit  Scholarship (NMMS) exam for the scholarship session 2026-27.                ...
21/03/2026

💯 % result of the National Means Cum Merit Scholarship (NMMS) exam for the scholarship session 2026-27.

Congratulations
On your
Achivement. 💐💐💞

৪০ বছৰ বিৰতিৰ পিছত আমাৰ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি ...
15/02/2026

৪০ বছৰ বিৰতিৰ পিছত আমাৰ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে... পৰীক্ষাৰ প্ৰথম দিনটোত (১০/০২/২৬) বিদ্যালয়ৰ সন্মুখত অভিভাৱক- শুভাকাংক্ষী ৰাইজৰ উপস্থিতিয়ে বিদ্যালয়ৰ ইতিহাসত গৌৰৱোজ্বল দিন হিচাপে লিপিবদ্ধ হৈ ৰৱ .. বিদ্যালয়ৰ তৰফৰ পৰা পৰীক্ষাত অৱতীৰ্ণ সমূহ ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু অভিভাৱক- শুভাকাংক্ষী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো 💐💐

সমন্বয় গ্ৰন্থ উৎসৱ, বকতাৰ দ্বাৰা আয়োজিত আন্তঃবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ দলটিয়ে উচ্চ শাখাত দ্বি...
26/01/2026

সমন্বয় গ্ৰন্থ উৎসৱ, বকতাৰ দ্বাৰা আয়োজিত আন্তঃবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ দলটিয়ে উচ্চ শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে... 💐❤️

আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলোৰে প্ৰিয়ভাজন পংকজ গগৈ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰিছে... উদীয়মান ৰাষ্ট্ৰীয় পৰ্যা...
30/11/2025

আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলোৰে প্ৰিয়ভাজন পংকজ গগৈ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰিছে... উদীয়মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা খেলুৱৈ পংকজৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক... ওঁম শান্তি 🙏

07/11/2025

Celebration of the 150th anniversary of the national song Vande Mataram on 7th November 2025.

Address

Dhitaipukhuri
Sibsagar
785685

Website

Alerts

Be the first to know and let us send you an email when ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়-আলোক পথৰ যাত্ৰী আমি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়-আলোক পথৰ যাত্ৰী আমি:

Shortcuts

Share

Category