Sonari Commerce College

Sonari Commerce College This is an Official Page of Sonari Commerce College

25/06/2026

মোৰ লৰালি কালচোৱাত মোৰ মাৰ পিছতে আটাইতকৈ মৰম কৰা মানুহ গৰাকীয়েই হৈছে আমৈদেউ মানে আমৈ ॥ নাম শ্ৰীমতী পবিত্ৰ শইকীয়া ।মোৰ মা দেউতাৰ বৰ মৰমৰ সখী ।মই জনা দিনবোৰৰ পৰা সৰহখিনি সময় দিনটো আমৈদেউ হঁতৰ ঘৰতে পাৰ হয় । ইটো খা সিটো খা ওঁহ ক’ত যে কি ! বৰসীত কেচু লগাই দিয়ালৈকে সকলো কাম ! গতিকে আমৈদেউ প্ৰতি মোৰ অন্তৰত কি যে অনুভৱ আছে মই বুজাই শেষ কৰিব নোৱাৰো । সিদিনা পাপুৱে ফটো খন পঠালে ।মই বোলে আমৈদেউৰ হাততে জন্ম হোৱা । সেই সময়ত আজিৰ দৰে ডাক্তৰৰ সুবিধা নাছিল ॥ পৰিয়াল বিলাকত লৰা ছোৱালীও বেছি আছিল ।সেই সময়ত গাওঁৰ মৰম চেনেহবোৰ যে কেনেকুৱা আছিল ভাবিলেই মনটো ভাল লাগি যায় ।
আমৈদেউক ভগৱানে সদায় নিৰোগী কৰি ৰাখক তাকে আশা কৰো ॥

25/03/2026
25/03/2026
19/03/2026

Mridul Moran r karmaraji.Proud of You Mridul

16/03/2026
09/02/2026

কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ২০২৬ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

Address

Sonari
Sibsagar
785690

Alerts

Be the first to know and let us send you an email when Sonari Commerce College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share