11/12/2024
অফলা মিচিং হাইস্কুলৰ প্রতিষ্ঠাপক প্রধান শিক্ষক, Dr. B.R Ambedkar চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ , মিচিং আগম কৌবাং আৰু মিচিং দূৰবূ কৌবাং কেন্দ্রীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি, মাজৰলিগিৰিবাৰী জনজাতি এম ই স্কুলৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট শিক্ষাবিদ মনেশ্বৰ মিলি চাৰৰ মৃত্যুৰ খবৰ পাই মর্মাহত হৈছোঁ। তেখেতৰ মৃত্যু শিক্ষা আৰু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।
তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।🙏🙏