Delehi Dhai Ali High School

Delehi Dhai Ali High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Delehi Dhai Ali High School, Education, Dhai Ali, Sibsagar.

এবছৰ দুবছৰ নহয় এইবাৰ 24 বছৰ অতিক্ৰম কৰিলে এই বঁটা প্ৰদান অনুষ্ঠানটোৱে। মহীয়সী মাতৃগৰাকীৰ সুযোগ্য সন্তান সকলক নমন কৰিছো...
19/05/2026

এবছৰ দুবছৰ নহয় এইবাৰ 24 বছৰ অতিক্ৰম কৰিলে এই বঁটা প্ৰদান অনুষ্ঠানটোৱে। মহীয়সী মাতৃগৰাকীৰ সুযোগ্য সন্তান সকলক নমন কৰিছোঁ। কিমান হৃদয়বান হ'লে আপোন ঠাইখনৰ শিক্ষাৰ্থীসকলৰ বাবে ইমান উচৰ্গা! সঁচাকৈয়ে মহান। ভগৱানে তেওঁলোকক কুশলে ৰাখক। অহা বছৰ এই ন্যাসৰ ৰূপালী জয়ন্তী বৰ্ষ। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক মেধাৱী কৰি মেধাৰ প্ৰতিযোগী হিচাপে গঢ়ি তোলাটো আমাৰ দায়িত্ব ,আমি দায়বদ্ধ।
২০২৫ চনত আমাৰ মাজৰ পৰা হেৰাই যোৱা বিদ্যালয়ৰ অৱসৰী শিক্ষক ঘনকান্ত শৰ্মাৰ পৰিয়ালে আগবঢ়োৱা বঁটাটোৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰলো। প্ৰতিবছৰে এই বঁটা প্ৰদান কৰাৰ নিশ্চিত দিয়াত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা অৱসৰী মহীৰূহসকল কেইগৰাকীমান প্ৰাক্তন ছাত্ৰীৰ সৈতে সৰস্বতী পূজাৰ দিনা। অশীতিপৰ সৰুমাই বাইদেউৱে" ...
25/01/2026

বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা অৱসৰী মহীৰূহসকল কেইগৰাকীমান প্ৰাক্তন ছাত্ৰীৰ সৈতে সৰস্বতী পূজাৰ দিনা। অশীতিপৰ সৰুমাই বাইদেউৱে" মই বুঢ়ী সৰস্বতী আহিছোঁ"বুলি অতীত সোঁৱৰিলে। বিদ্যালয় পৰিয়ালৰ হৈ প্ৰধান শিক্ষক মহোদয়ে এখনি অংগবস্ত্ৰ আৰু মামু দুৱৰাই ফুলাম গামোচাৰে বাইদেউক শ্ৰদ্ধা নিবেদন কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ।

ক্ৰীড়া সপ্তাহৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে
25/01/2026

ক্ৰীড়া সপ্তাহৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে

25/01/2026

বাৰ্ষিক ক্ৰীড়া সমাৰোহ২০২৫ ৰ সাংস্কৃতিক শোভাযাত্ৰা। পলমকৈহে দিয়া হৈছে।

এক স্মৰণীয় দিনৰ সুখবৰৰ লগতে আলোকচিত্ৰ।অভিনন্দিত মৰমৰ ছাত্ৰী নয়নমণি আমাৰ বিদ্যালয়ৰে শিক্ষয়িত্ৰী হ'ল।  বিদ্যালয়ৰ গৌৰৱ...
31/12/2025

এক স্মৰণীয় দিনৰ সুখবৰৰ লগতে আলোকচিত্ৰ।অভিনন্দিত মৰমৰ ছাত্ৰী নয়নমণি আমাৰ বিদ্যালয়ৰে শিক্ষয়িত্ৰী হ'ল। বিদ্যালয়ৰ গৌৰৱময় দিনৰ মোহনীয় কথা।

ইংৰাজী ১৩ নবেম্বৰৰ পৰা ১৬ নবেম্বৰ২০২৫ তাৰিখলৈকে জয়সাগৰৰ  পৰাগধৰ চলিহা খেলপথাৰত অনুষ্ঠিত আধ্যাত্মিক যুৱ সন্মিলনত অংশগ্ৰহ...
18/11/2025

ইংৰাজী ১৩ নবেম্বৰৰ পৰা ১৬ নবেম্বৰ২০২৫ তাৰিখলৈকে জয়সাগৰৰ পৰাগধৰ চলিহা খেলপথাৰত অনুষ্ঠিত আধ্যাত্মিক যুৱ সন্মিলনত অংশগ্ৰহণকাৰী আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকল।

শিক্ষাবন্ধু আৰু বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত শিশু দিৱসৰ কাৰ্যক্ৰমণিকা।
17/11/2025

শিক্ষাবন্ধু আৰু বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত শিশু দিৱসৰ কাৰ্যক্ৰমণিকা।

বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱসৰ স্থিৰচিত্ৰ
17/11/2025

বিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱসৰ স্থিৰচিত্ৰ

৩১/১০/২০২৫ তাৰিখে অনুষ্ঠিত অভিভাৱক সভাৰ  চিত্ৰ
17/11/2025

৩১/১০/২০২৫ তাৰিখে অনুষ্ঠিত অভিভাৱক সভাৰ চিত্ৰ

30/10/2025
ইংৰাজী ১৭/১০/২০২৫ তাৰিখে মাদক দ্ৰব্যৰ অপব্যৱহাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়।
30/10/2025

ইংৰাজী ১৭/১০/২০২৫ তাৰিখে মাদক দ্ৰব্যৰ অপব্যৱহাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়।

Address

Dhai Ali
Sibsagar
785697

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+917002846761

Website

Alerts

Be the first to know and let us send you an email when Delehi Dhai Ali High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category