Sibsagar High School

Sibsagar High School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sibsagar High School, School, Sivasagar, Sibsagar.

১১তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৫ উদযাপন।শিৱসাগৰ হাই স্কুল, শিৱসাগৰ।দিনাংক: ২১/০৬/২০২৫ # শিৱসাগৰ হাই স্কুলৰ প্ৰধান শিক্...
21/06/2025

১১তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৫ উদযাপন।
শিৱসাগৰ হাই স্কুল, শিৱসাগৰ।
দিনাংক: ২১/০৬/২০২৫
# শিৱসাগৰ হাই স্কুলৰ প্ৰধান শিক্ষক ইনামূল খান ছাৰ, অনুষ্ঠানৰ তত্ত্বাৱধায়ক ৰাহুল পাতিৰি, আলিফা চেহনাজ, মনিমা বেগম আৰু সন্মানীয় শিক্ষাগুৰুসকলৰ লগতে বিদ্যালয়ৰ কৰ্মচাৰী তথা সকলো ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সহযোগিতাত অতি সুকলমে অনুষ্ঠানভাগি সম্পন্ন হয়। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।🙏

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ত এখনি Webinar ( Theme: Ending Plastic Pollution Globally ) অনুষ্ঠিত কৰা ...
04/06/2025

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ত এখনি Webinar ( Theme: Ending Plastic Pollution Globally ) অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী ক্ৰমে হাফিজুৰ ৰহমান, ঋতুপৰ্ণ গগৈ, মনিমা বেগম আৰু ভাগ্যশ্ৰী দাসে ছাত্ৰ-ছাত্ৰী সকলৰ উপযোগীকৈ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে।

যোৱা 31/5/2025 তাৰিখ শনিবাৰে বিদ্যালয়ত বিশ্ব ধপাঁত বিৰোধী দিৱস পালন কৰা হয়।
02/06/2025

যোৱা 31/5/2025 তাৰিখ শনিবাৰে বিদ্যালয়ত বিশ্ব ধপাঁত বিৰোধী দিৱস পালন কৰা হয়।

অতি ভাল খবৰ যে আমাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় গগৈ খেল মহাৰণ ২.০, ২০২৪ চনৰ Cycling Race প্ৰতিযোগিতাত জিলাভিত্তিত প্ৰথম স্...
13/02/2025

অতি ভাল খবৰ যে আমাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় গগৈ খেল মহাৰণ ২.০, ২০২৪ চনৰ Cycling Race প্ৰতিযোগিতাত জিলাভিত্তিত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ৰাজ্যিক পৰ্যায়ৰ খেলটোৰ বাবে নিবিড়লৈ শুভেচ্ছা জনাইছোঁ।

Children's Day celebration 🎉🎉🥳🥳
14/11/2024

Children's Day celebration 🎉🎉🥳🥳

FLN Training Venue : Sibsagar High  School
22/08/2024

FLN Training
Venue : Sibsagar High School

78 th Independence Day 🇮🇳
15/08/2024

78 th Independence Day 🇮🇳

প্ৰত্যেক বছৰৰ দৰে এইবাৰো শিৱসাগৰ হাই স্কুলত আজি ইংৰাজী ২৮/২/২০২৪ তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। অতি কম স...
28/02/2024

প্ৰত্যেক বছৰৰ দৰে এইবাৰো শিৱসাগৰ হাই স্কুলত আজি ইংৰাজী ২৮/২/২০২৪ তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। অতি কম সময়ৰ ভিতৰত পৰিকল্পনা কৰা বিজ্ঞানৰ বিভিন্ন কাৰ্যকলাপ ছাত্ৰ-ছাত্ৰী সকলে সাৱলীলভাৱে উপস্থাপন কৰে। ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন বিষয়ত দিহা পৰামৰ্শ দি অনুষ্ঠানটি সফল কৰি তোলাত সহায় কৰা বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰী ভাগ্যশ্ৰী দাস, শ্ৰী ৰূপজ্যোতি ফুকন, শ্ৰী মধুমিতা দত্ত, আৰু ৰিতুআৰা আহমেদ ৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ক ধন্যবাদ জ্ঞাপন কৰা হ'ল।

29/01/2024
মাননীয়  মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী, প্ৰাদেশীকৃত আৰু আদৰ্শ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক আজি  শিৱ...
16/10/2023

মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী, প্ৰাদেশীকৃত আৰু আদৰ্শ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক আজি শিৱসাগৰ হাই স্কুল পৰিয়ালে বিনামূলীয়া চাইকেল বিতৰণ কৰে। উল্লেখ্য যে শিৱসাগৰ জিলাত নৱম শ্ৰেণীৰ ৪০৪৭ গৰাকী ছাত্ৰ আৰু ৩৬৯৯ গৰাকী ছাত্ৰীয়ে চাইকেল লাভ কৰিছে । তাৰে ভিতৰত আমাৰ বিদ্যালৰপৰা ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেল লাভ কৰে।
তাৰিখ: ১৬/১০/২০২৩
দৰবাৰ ফিল্ড, শিৱসাগৰ, অসম।

Siratun Nabi celebration
15/10/2023

Siratun Nabi celebration

https://youtu.be/x8zjfNXVMys?si=g2zfUMP2xhr7iQLR
08/10/2023

https://youtu.be/x8zjfNXVMys?si=g2zfUMP2xhr7iQLR

*উজনি অসমৰ এগৰাকী জেষ্ঠ আলিম, শিৱসাগৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত সদৰ কাজী আলহাজ মৌলানা চৈয়দ আহমদ কবী.....

Address

Sivasagar
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Sibsagar High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category