Madhav dev mes

Madhav dev mes Teaching

শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শৈক্ষিক মেলা
11/03/2025

শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শৈক্ষিক মেলা

শিক্ষক দিৱস উপলক্ষে
05/09/2024

শিক্ষক দিৱস উপলক্ষে

আজি ১৫/০৮/২৪ ইং তাৰিখে স্বাধীনতা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত জাতীয় পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হয় তাৰেই কিছু মূ...
15/08/2024

আজি ১৫/০৮/২৪ ইং তাৰিখে স্বাধীনতা দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত জাতীয় পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হয় তাৰেই কিছু মূহুৰ্ত ।

আজি ১৪/০৮/২৪ ইং তাৰিখে আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্নাদ্ধ্য শোভাযাত্ৰা উলিওৱ...
14/08/2024

আজি ১৪/০৮/২৪ ইং তাৰিখে আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্নাদ্ধ্য শোভাযাত্ৰা উলিওৱা হয়।

08/08/2024
ল'ৰা ছোৱালীয়ে থলুৱা খেল খেলি থকাৰ মূহুৰ্তত
07/08/2024

ল'ৰা ছোৱালীয়ে থলুৱা খেল খেলি থকাৰ মূহুৰ্তত

৫ জুন বিশ্ব পৰিবেশৰ দিনা আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় লগতে পৰিৱেশ অনুকূল কৰি...
06/08/2024

৫ জুন বিশ্ব পৰিবেশৰ দিনা আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এক সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় লগতে পৰিৱেশ অনুকূল কৰি ৰখাৰ প্ৰয়াসেৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়।

TLM মেলা
05/08/2024

TLM মেলা

আজি ০৫/০৮/২৪ ইং তাৰিখে আমাৰ মাধৱদেৱৰ মধ্য ইংৰাজী বিদ্যালয়ত বিভাগীয় নিৰ্দেশ মৰ্মে গছপুলি ৰোপণ কৰা হয়।
05/08/2024

আজি ০৫/০৮/২৪ ইং তাৰিখে আমাৰ মাধৱদেৱৰ মধ্য ইংৰাজী বিদ্যালয়ত বিভাগীয় নিৰ্দেশ মৰ্মে গছপুলি ৰোপণ কৰা হয়।

আজি  ২১/০৬/২৪ ইং তাৰিখ  আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা  বিভাগীয় নিৰ্দেশ অনুসৰি আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এক ব...
21/06/2024

আজি ২১/০৬/২৪ ইং তাৰিখ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা বিভাগীয় নিৰ্দেশ অনুসৰি আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত এক বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছিল । তাৰেই বিশেষ কিছু মূহুৰ্ত সাঁচি থোৱা হ'ল।

আজি ১৪ ফেব্ৰুৱাৰী ২০২৪ ইং তাৰিখে সৰস্বতী পূজা উপলক্ষে   আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত আয়োজন কৰা কাৰ্যক্ৰমৰ কিছুমা...
14/02/2024

আজি ১৪ ফেব্ৰুৱাৰী ২০২৪ ইং তাৰিখে সৰস্বতী পূজা উপলক্ষে আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত আয়োজন কৰা কাৰ্যক্ৰমৰ কিছুমান আলোকচিত্ৰ।

আজি ০৬/০১/২০২৪ ইংৰাজী তাৰিখে আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে পঞ্চম বাৰ্ষিক গুণোৎসৱৰ প্ৰথম প...
06/01/2024

আজি ০৬/০১/২০২৪ ইংৰাজী তাৰিখে আমাৰ মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে পঞ্চম বাৰ্ষিক গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ তৃতীয় দিনাৰ বৰ্হি মূল্যায়ন কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ সাঁচি ৰখা হ'ল।

Address

Vill-Bhitorual
Sibsagar
785682

Website

Alerts

Be the first to know and let us send you an email when Madhav dev mes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share