Bezbaruah Higher Secondary School ,Sivasagar

Bezbaruah Higher Secondary School ,Sivasagar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bezbaruah Higher Secondary School ,Sivasagar, Education, Sibsagar.

28/02/2026
11th international  "YOGA  DIVAS " observed at our school
21/06/2025

11th international "YOGA DIVAS " observed at our school

2025চনৰ উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ ৰে বিদ্যালয়খনলৈ গৌৰৱ  কঢ়িয়াই  আনি গত 5টা বছৰৰ সুনাম অক্ষুন্ন  ...
07/05/2025

2025চনৰ উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ ৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনি গত 5টা বছৰৰ সুনাম অক্ষুন্ন হৈ ৰ'ল। শিৱসাগৰ জিলাৰ শিক্ষা বিভাগে আজি এটি ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰি এটি সন্মান যাচিলে। চিৰ কৃতজ্ঞ হৈ ৰলো মাননীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়ৰ লগতে উদ্যোক্তা সকলৰ ওচৰত। স্মৃতিবোৰ ইয়াতেই সাঁচি থলো।

2024চনৰ নৱেম্বৰ  মাহৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে অসম চৰকাৰৰ  অধীনৰ শিক্ষক, কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনাৰ  বাবে ছুটী উপভোগ...
28/11/2024

2024চনৰ নৱেম্বৰ মাহৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে অসম চৰকাৰৰ অধীনৰ শিক্ষক, কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনাৰ বাবে ছুটী উপভোগ কৰাৰ সুযোগ লাভ কৰিছিল। ই এক আদৰণীয় পদক্ষেপ। ইয়াৰ ব্যতিক্ৰম আমাৰ বিদ্যালয়তো হোৱা নাছিল। 22জন শিক্ষকৰ অনুপস্থিতিত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অকনো বিনষ্ট নোহোৱাকৈ class 12 ৰ ছাত্ৰ ছাত্ৰীসকলে তলৰ শ্ৰেণীত পাঠদান কৰি সমাজখনলৈ শুভবাৰ্তা কঢ়িয়াই অনাৰ লগতে বিদ্যালয়খনলৈও সুনাম আনিলে। এইক্ষেত্ৰত আমাৰ MTS গীতাৰ্থীয়েও সহায় কৰি নিজৰ যোগ্যতাৰ পৰিচয় দিলে। এই page ৰ জড়িয়তে আটাইলৈকে মৰম আৰু শুভ কামনা যাচিলো।লগতে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। স্মৃতিবোৰ ইয়াতে সাঁচি ৰাখিলো।

অসমীয়া ভাষাটোক "ধ্ৰুপদী"  ভাষাৰ স্বীকৃতি ৰূপে সমগ্ৰ  অসমতে "ভাষা গৌৰৱ সপ্তাহ"ৰ  আয়োজন  কৰিছে বিভিন্ন  কাৰ্যসূচীৰ মাজেদ...
05/11/2024

অসমীয়া ভাষাটোক
"ধ্ৰুপদী" ভাষাৰ স্বীকৃতি ৰূপে সমগ্ৰ অসমতে "ভাষা গৌৰৱ সপ্তাহ"ৰ আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ মাজেদি(3 নৱেম্বৰৰ পৰা9 নৱেম্বৰ লৈকে) আমাৰ বিদ্যালয়তো আয়োজন কৰিলো বক্তৃতা অনুষ্ঠানৰ। সুন্দৰ অনুষ্ঠানটোৰ স্মৃতিবোৰ ইয়াতে সাঁচি ৰাখিলো।

উচ্চতৰ মাধ্যমিকত বিজ্ঞান আৰু কলা শাখাত 100% উত্তীৰ্ণ  ৰে বিদ্যালয়ৰ পূৰ্বৰ  ধাৰাবাহিকতা অক্ষুন্ন  থাকিল । 88% আৰু 87%ৰে ...
11/05/2024

উচ্চতৰ মাধ্যমিকত বিজ্ঞান আৰু কলা শাখাত 100% উত্তীৰ্ণ ৰে বিদ্যালয়ৰ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন থাকিল । 88% আৰু 87%ৰে বিদ্যালয়ৰ মানদণ্ড উন্নত কৰা ছাত্ৰীকেইগৰাকীৰ সৈতে।

136 বছৰীয়া বিদ্যালয়খনক এটা নতুন ৰূপ দিয়াৰ পিছত
05/04/2024

136 বছৰীয়া বিদ্যালয়খনক এটা নতুন ৰূপ দিয়াৰ পিছত

28/02/2024

আজি উদযাপন কৰা "ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস"ৰ কিছু স্মৃতি --

29/01/2024

"পৰীক্ষা পে চৰ্চা" অনুষ্ঠান উপভোগ কৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে

বিদ্যালয়ত  "দশম শ্ৰেণী"ৰ বাবে অনুষ্ঠিত  কৰা শিক্ষক আৰু অভিভাৱক  সভাৰ  কিছু দৃশ্য ।
07/10/2023

বিদ্যালয়ত "দশম শ্ৰেণী"ৰ বাবে অনুষ্ঠিত কৰা শিক্ষক আৰু অভিভাৱক সভাৰ কিছু দৃশ্য ।

07/06/2023

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Bezbaruah Higher Secondary School ,Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bezbaruah Higher Secondary School ,Sivasagar:

Shortcuts

Share

Category