৪৪৫ নং শিঙিবিল প্ৰাথমিক বিদ্যালয়, আমগুৰি শিক্ষাখণ্ড

  • Home
  • India
  • Sibsagar
  • ৪৪৫ নং শিঙিবিল প্ৰাথমিক বিদ্যালয়, আমগুৰি শিক্ষাখণ্ড

৪৪৫ নং শিঙিবিল প্ৰাথমিক বিদ্যালয়, আমগুৰি শিক্ষাখণ্ড ৪৪৫ নং শিঙিবিল প্ৰা.বিদ্যালয়

বিদ্যালয়ৰ সফলতাচাৰি্ং শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সফলত...
19/06/2026

বিদ্যালয়ৰ সফলতা
চাৰি্ং শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সফলতা

অংগনবাড়ী কেন্দ্ৰৰ শিশুৰ শৈক্ষিক ভ্ৰমণ তথা বিশ্ব পৰিৱেশ দিৱস উদযাপনস্থান: ৪৪৫নং শিঙিবিল  প্ৰাথমিক বিদ্যালয়।তাৰিখ: ০৫/০৬...
05/06/2026

অংগনবাড়ী কেন্দ্ৰৰ শিশুৰ শৈক্ষিক ভ্ৰমণ তথা বিশ্ব পৰিৱেশ দিৱস উদযাপন
স্থান: ৪৪৫নং শিঙিবিল প্ৰাথমিক বিদ্যালয়।
তাৰিখ: ০৫/০৬/২০২৬,শুক্ৰবাৰ।
আজি ইংৰাজী ৫ জুন,২০২৬ তাৰিখ শুক্ৰবাৰে আমগুৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৩নং দুৱাৰাপাৰ অংগনবাড়ী কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলক, ৪৪৫ নং শিঙিবিল প্ৰাথমিক বিদ্যালয়লৈ শৈক্ষিক ভ্ৰমণৰ লগতে আদৰণি জনোৱা এলানি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোত অংগনবাড়ী কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলক ছাত্ৰ আদৰণি জনোৱা, চিনাকি পৰ্ব, সাধুকথা, পৰিৱেশ দিৱসৰ বক্তৃতা, নৃত্য গীত আদি বিভিন্ন কাৰ্যসূচীৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে বিদ্যালয় চৌহদত নাহৰ, সোনাৰু, দেৱদাৰু, কাঞ্চন,গোলাপ আদি গছ আৰু ফুলৰ পুলি ৰোপণ কৰা হয়। আজি অনুষ্ঠানটিত সহযোগিতা আগবঢ়োৱা সকলো অভিভাৱক, ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ পৰিয়ালবৰ্গক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

23/05/2026
বিভাগীয় নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন শিবিৰৰ চতুৰ্থ দিনৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি, শিক্ষক আৰু অভিভাৱকৰ ...
23/05/2026

বিভাগীয় নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন শিবিৰৰ চতুৰ্থ দিনৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি, শিক্ষক আৰু অভিভাৱকৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলক "থলুৱা খাদ্যৰ সৈতে পৰিচয় আৰু প্ৰস্তুত প্ৰণালী" কাৰ্যসূচী আজিৰ শনিবৰীয়া চ'ৰাত অনুষ্ঠিত কৰা হয়।

আজি ইংৰাজী ২৩/০৫/২৬ তাৰিখ শনিবাৰে বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিভাৱক সভাৰ আলোকচিত্ৰ
23/05/2026

আজি ইংৰাজী ২৩/০৫/২৬ তাৰিখ শনিবাৰে বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিভাৱক সভাৰ আলোকচিত্ৰ

আজি ইংৰাজী ২৩/০৫/২৬ তাৰিখে বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিভাৱক সভাৰ আলোকচিত্ৰ।
23/05/2026

আজি ইংৰাজী ২৩/০৫/২৬ তাৰিখে বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিভাৱক সভাৰ আলোকচিত্ৰ।

২০২৬-২৭ বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভৰ আলোকচিত্ৰ
02/04/2026

২০২৬-২৭ বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভৰ আলোকচিত্ৰ

গত ইং ২৫/০১/২৬ তাৰিখ দেওবাৰে বিদ্যালয়ৰ কতৃপক্ষৰ লগতে শুভাকাংক্ষী সকলৰ সহযোগিতাত উলহ মালহেৰে উদযাপন কৰা বিদ্যালয় খনৰ গৌ...
29/01/2026

গত ইং ২৫/০১/২৬ তাৰিখ দেওবাৰে বিদ্যালয়ৰ কতৃপক্ষৰ লগতে শুভাকাংক্ষী সকলৰ সহযোগিতাত উলহ মালহেৰে উদযাপন কৰা বিদ্যালয় খনৰ গৌৰৱোজ্জ্বল ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱসটিৰ আলোকচিত্ৰ।

29/01/2026

Address

NH37
Sibsagar
785664

Telephone

+919954183604

Website

Alerts

Be the first to know and let us send you an email when ৪৪৫ নং শিঙিবিল প্ৰাথমিক বিদ্যালয়, আমগুৰি শিক্ষাখণ্ড posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ৪৪৫ নং শিঙিবিল প্ৰাথমিক বিদ্যালয়, আমগুৰি শিক্ষাখণ্ড:

Shortcuts

Share

Category