26/03/2021
মাৰ Centreত ST আৰু SCৰ বাবে নতুনকৈ আৰু সম্পূৰ্ণ বিনামূলীয়া কম্পিউটাৰ শিক্ষা CCA(Certificate of Computer application)ৰ এটি Course আহিছে, ইয়াতে কোনো ধৰণৰ Admission fees বা অন্য fees নাই,সকলোৱে কৰিব পাৰিব Eligibility only 10th pass আৰু Aadher card compulsory কৰা হৈছে, অতি সোনকালেই যোগাযোগ কৰক সকলোকে কওঁক আৰু ঘৰৰ বা ওচৰত যদি কোনোবা আছে সকলোকে ক'ব, অহা April মাহৰ পৰা Class আৰম্ভ হ'ব।
যোগাযোগ কৰক:- (স্থান সীমিত)
ফোন নং ১. +91 86384 83954
ফোন নং ২. +91 60029 75740
ধন্যবাদ।🙏