গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট

  • Home
  • India
  • Sibsagar
  • গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট

গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট, School, Gaurisagar near Gaurisagar Tank, Sibsagar.

17/12/2025
17/12/2025

বিদ্যালয়ৰ অতিৰিক্ত বিষয় বিহুৰ কৰ্মশালাত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অৰ্জুন ভৰাঁলী আৰু অম্লান হাজৰীকাই ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ সময়ত

বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ সহকাৰী শিক্ষয়ত্ৰী শ্ৰদ্ধাৰ শেৱালী গোস্ৱামী বাইদেওৰ কৰ্মজীৱনৰ আজি অন্তিম দিনত অনুষ্ঠিত বিদায় সভাৰ...
29/11/2025

বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ সহকাৰী শিক্ষয়ত্ৰী শ্ৰদ্ধাৰ শেৱালী গোস্ৱামী বাইদেওৰ কৰ্মজীৱনৰ আজি অন্তিম দিনত অনুষ্ঠিত বিদায় সভাৰ কিছু মূহুৰ্ত । অনাগত অৱসৰী জীৱন আপোনাৰ মধুময় হওক,তাকেই কামনা কৰিলো

অসমী আইৰ হিয়াৰ আমঠু, নৱপ্ৰজন্মৰ পথ পদৰ্শক জুবিন  গাৰ্গ  দেৱলৈ বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ কিছু মূহুৰ্ত
20/09/2025

অসমী আইৰ হিয়াৰ আমঠু, নৱপ্ৰজন্মৰ পথ পদৰ্শক জুবিন গাৰ্গ দেৱলৈ বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ কিছু মূহুৰ্ত

ইংৰাজী ০৮/০৯/২০২৫ তাৰিখে অনুষ্ঠিত ২০১৪ - ২০১৫ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ কিছু মূহুৰ্ত
09/09/2025

ইংৰাজী ০৮/০৯/২০২৫ তাৰিখে অনুষ্ঠিত ২০১৪ - ২০১৫ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ কিছু মূহুৰ্ত

বিদ্যালয়ৰ বাবে আজি গৌৰৱৰ দিন
05/09/2025

বিদ্যালয়ৰ বাবে আজি গৌৰৱৰ দিন

A MOMENT OF SCHOOL ANNUAL GAME
07/02/2025

A MOMENT OF SCHOOL ANNUAL GAME

30/09/2024

Performe by students for "Kola Utsav"2024.

Congratulations to all..
09/05/2024

Congratulations to all..

Heartiest Congratulations ....
03/05/2024

Heartiest Congratulations ....

বিহুটি আদৰৰ..  বিহুটি সাদৰৰ... বিহুটি আচলৰ ধন... সকলোলৈকে বিদ্যালয়ৰ পেজৰ তৰফৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
12/04/2024

বিহুটি আদৰৰ.. বিহুটি সাদৰৰ... বিহুটি আচলৰ ধন...
সকলোলৈকে বিদ্যালয়ৰ পেজৰ তৰফৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো

Address

Gaurisagar Near Gaurisagar Tank
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট:

Shortcuts

Share

Category