18/03/2026
ভাৰত চৰকাৰৰ অধীনৰ NATIONAL MEANS-CUM-MERIT SCHOLARSHIP (NMMS) পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ আটাইকেইজন পৰীক্ষাৰ্থী (মুঠ ৭ জন) উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰী কেইগৰাকীৰ হৈছে - ৰিমজিম বৰা, সুকন্যা চুতীয়া, ময়ূৰী বৰুৱা, পিংকু দাস, সমীৰণ দাস, দেৱজিৎ দাস আৰু নিৰ্জন কলিতা।উপৰোক্ত ছাত্ৰ ছাত্ৰী সকলে দ্বাদশ শ্ৰেণী পৰ্যন্ত বছৰি 12000 হাজাৰকৈ বৃত্তি লাভ কৰিব। আটাইকেইজনলৈ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ৷