13/09/2026
অভিনন্দন ত্ৰিনয়ন! 🩺❤️
তোমাৰ হাতত এদিন কেৱল ষ্টেথ’স্কোপেই নহয়, বহু মানুহৰ জীৱন আৰু আশাৰ দায়িত্ব থাকিব।
তোমাৰ সফলতা আমাৰ বাবে গৌৰৱ, তোমাৰ সপোন আমাৰ বাবেও এক আনন্দ।
এজন শিক্ষকৰ বাবে নিজৰ ছাত্ৰৰ সফলতাৰ খবৰ মানেই এক অনন্য আনন্দ। ❤️
একালৰ মৰমৰ ছাত্ৰ ত্ৰিনয়ন জ্যোতি দত্তই NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ তেজপুৰ মেডিকেল কলেজত MBBS অধ্যয়নৰ বাবে আসন লাভ কৰিছে। 🩺🎓
দিখৌমুখৰ উজনি ভৰলুৱা গাঁৱৰ শ্ৰী জিণ্টু দত্তৰ সুসন্তান ত্ৰিনয়নৰ এই কৃতিত্বত আমি অত্যন্ত গৌৰৱান্বিত।
Keep dreaming, keep achieving ELHB Group of Learning will always be by your side.” ❤️