30/08/2026
৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সকলোৰে প্ৰিয় মনালিছা বাইদেউ আৰু ৰূপ ছাৰে পাৰস্পৰিক বদলিৰ আদেশ লাভ কৰাত বিদ্যালয়ৰ তৰফৰ পৰা দুয়োকে আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। বিদ্যালয়ত আপোনালোকৰ অনুপস্থিতিয়ে সকলোকে ব্যাথিত কৰিব। নতুন কৰ্মক্ষেত্ৰত দুয়ো জিলিকি উঠক । শুভকামনা দুয়োলৈ .......