Desangmukh Govt. Sr. Basic School-Sivasagar

Desangmukh Govt. Sr. Basic School-Sivasagar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Desangmukh Govt. Sr. Basic School-Sivasagar, School, Desangmukh Govt SBS, Sibsagar.

বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰক সকলোৰে জীৱন ।
13/04/2026

বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰক সকলোৰে জীৱন ।

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-২৭
11/04/2026

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-২৭

"New session, new goals, same spark—let’s make it count." ✨
02/04/2026

"New session, new goals, same spark—let’s make it count." ✨

সময়ৰ সোঁতত নতুন দিগন্তৰ সন্ধান কৰা। তোমালোকৰ কৰ্মই যাতে তোমালোকৰ পৰিচয় দাঙি ধৰে, তেনেকৈ আগুৱাই যোৱা। অষ্টম শ্ৰেণীৰ এই ...
17/03/2026

সময়ৰ সোঁতত নতুন দিগন্তৰ সন্ধান কৰা। তোমালোকৰ কৰ্মই যাতে তোমালোকৰ পৰিচয় দাঙি ধৰে, তেনেকৈ আগুৱাই যোৱা। অষ্টম শ্ৰেণীৰ এই ধেমালি আৰু স্মৃতিবোৰ সদায় সযতনে ৰাখিবা। হাইস্কুলৰ নতুন পৃথিৱীত তোমালোকে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা। ভৱিষ্যতে যিয়েই নোহোৱা কিয়, এজন ভাল মানুহ হ'বলৈ কেতিয়াও পাহৰি নাযাবা। তোমালোকৰ প্ৰতিটো খোজত আমাৰ আশীৰ্বাদ সদায় থাকিব ।

#2025-26schoolyear

School Annual Sports 2025
14/12/2025

School Annual Sports 2025

14/11/2025

Chelibrating "JANAJATIYA GAURAV DIWAS" the birth of Indian freedom fighter and tribal leader and a religious reformer BIRSA MUNDA. For your reference ; He was a 19th-century tribal freedom fighter and folk hero from the Munda tribe who led the Munda Rebellion against British colonial rule and oppressive land policies.

Happy Children's Day , shine on future leaders 🌻🌻🌻
14/11/2025

Happy Children's Day , shine on future leaders 🌻🌻🌻

(অভিশপ্ত  ১৯/০৯/২০২৫)তোমাক হেৰুৱাই পোৱা বেদনাই আজি অসম দহিছে জানানে ? যদিও সকলোৱে জানেই যে তুমি যতেই নাথাকা কিয় সকলোবোৰ ...
20/09/2025

(অভিশপ্ত ১৯/০৯/২০২৫)
তোমাক হেৰুৱাই পোৱা বেদনাই আজি অসম দহিছে জানানে ? যদিও সকলোৱে জানেই যে তুমি যতেই নাথাকা কিয় সকলোবোৰ যেন তোমাৰেই তোমাৰ! তথাপিও মানি লব নোখোজে এই ভঙা হৃদয়ে । যুগৰ এটা কলিক কিয় বাৰু কেঁচাতেই মোহাৰি পেলালা ভগৱান ? ইমান মৰম জাগিলনে হঠাৎ ? বিচাৰিছাই যেতিয়া লৈ যোৱা কিন্তু আমাৰ মৰমৰ মানুহজনক শান্তিৰে ৰাখিবা ভগৱান । পাৰাযদি আকৌ ঘূৰাই পঠাবা আমাৰ মাজত, অসমীয়াৰ মাজত, গানৰ সুৰত।।
তোমাৰ পাৰ্থিৱ শৰীৰটোকহে বিদায় দিব পাৰিম কিন্ত তোমাক নহয় গল্ডী । বেয়া একেবাৰে নেপাবা কাবৌ কৰিছো 🙏🙏
কিয়নো আমি বৰ স্বাৰ্থপৰ....বৰ স্বাৰ্থপৰ !!!

Address

Desangmukh Govt SBS
Sibsagar
785663

Website

Alerts

Be the first to know and let us send you an email when Desangmukh Govt. Sr. Basic School-Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category