Tai Language & Cultural Study Centre Mathurapur

Tai Language & Cultural Study Centre Mathurapur Moto : Develop the Tai language & culture in the region ...
Classes are given every sunday from 6.00 am to 11 am.

This Centre is under the Central Tai Academy, Patsaku, CHARAIDEO,Assam.

Today,Few memories Celebrating 11th Anniversary of our Study Centre..
11/09/2025

Today,
Few memories Celebrating 11th Anniversary of our Study Centre..

20/02/2025
𑜆𑜣 𑜃𑜨𑜂𑜫 𑜄𑜩 𑜇𑜡 𑜀𑜦𑜧 𑜄𑜂𑜫 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜣 𑜍𑜢𑜤𑜃𑜫 𑜃𑜂𑜫 𑜉𑜃𑜫 𑜒𑜪 𑜏𑜨𑜃𑜫 𑜕𑜥 𑜑𑜩 𑜓𑜢𑜈𑜫 𑜍𑜥 𑜕𑜨𑜍𑜫 𑜽𑜽
04/01/2025

𑜆𑜣 𑜃𑜨𑜂𑜫 𑜄𑜩 𑜇𑜡 𑜀𑜦𑜧 𑜄𑜂𑜫 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜣 𑜍𑜢𑜤𑜃𑜫 𑜃𑜂𑜫 𑜉𑜃𑜫 𑜒𑜪 𑜏𑜨𑜃𑜫 𑜕𑜥 𑜑𑜩 𑜓𑜢𑜈𑜫 𑜍𑜥 𑜕𑜨𑜍𑜫 𑜽𑜽

07/03/2024

লেখনি কাকত অৰুনোদই, প্ৰকাশ কাল এপ্ৰিল ১৮৪৯। শিৰোনাম- দুটা ইষ্ট মানুহৰ কথা

ইটৰ-সিটৰ বৰ চেনেহেৰে এনে ইষ্ট মানুহ দুটা ধন ঘটিবলৈ আন দেসলৈ গল। পাচে তাৰে এটাই বাটৰ মাজত সত্ৰুএ থোআ এটা পাত্ৰত অনেক মোহৰ সোন পালে, সোন হাতত তুলি ইটই সিটত কলে, বোলে, হেৰা সখি , এই বাট দি আহি মনৰ ইচাৰ দৰেৰে অৰ্থ লাভ হল, আৰো চোআ অনেক মোহৰ সোন বাটৰ মাজত পালোঁ। ইটে বুলিলে, বোলে, আমাৰ বৰ ভাগ্য়, কিয়নো একো স্ৰম ন কৰাকৈএ জে অৰ্থ পালোঁ ক। সোন পোআটে কলে, বোলে,হে সখি, আমাৰ ভাগ্য এই কথা ন কবা, কিয়নো সোন মই অকলৈহে পাইচোঁ, মোৰহে ভাল ভাগ্য, আমাৰ ন হই, কিয়নো এই সোনত তোমাৰ ভাগ নাই কিয়া। এনেতে সেই সোনৰ গৰাকি সত্ৰুবোৰ আহি দুয়ো সখিএকক ধৰিবলৈ জোৱাত সোন পোআতে কলে বোলে, হে সখি, আমি সত্ৰুৰ হাতত পৰিলোঁ হবলা ? আমাৰ জান এতিয়া মাৰিব। তেতিয়াই ইতে কলে, হেয়ে সখি , এতিয়া আমি দুয়ো কিয় বোলা, অকল তুমি সোন পাইচা তোমাক মাৰিব।

তাৰ অৰ্থ অেয়ে সুখৰ ভাগ দিবলৈ ইচা ন কৰে দুখ দিবলৈহে ইচা কৰে তাক ইষ্ট নো বোলে।।

Day activities..
07/01/2024

Day activities..

I have reached 1.5K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
25/11/2023

I have reached 1.5K followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

10/09/2023

কাইলৈ ১১ চেপ্তেম্বৰ আমাৰ কেন্দ্ৰৰ “টাই ভাষা ও সংস্কৃতি চৰ্চা কেন্দ্ৰ মথুৰাপুৰ”ৰ ৯ম বৰ্ষপূৰ্তী প্ৰতিষ্ঠা দিৱস গতিকে সকলো ৰাইজৰ আৰ্শীবাদ (জন-মিঙ) বিচাৰিলো।

কাৰ্যসূচী-ঃ ক) পুৱা ৬.৩০ বজাত চফাই অভিযান। (দেওধাই গাওঁ)।

খ) পুৱা ৬.৪৫ বজাত বিন-খ্ৰীঙ-ফা (পতাকা উত্তোলন), ম’-খাম-ফান-টাই পৰিৱেশন।

গ) পুৱা ৭ বজাত অন্তৰংগ আলাপ (ৰঙ কান পঙ কান)।

ঘ) পুৱা ৭.১৫ বজাত পুৱাৰ জলপান গ্ৰহণ আৰু সামৰণি ( হাম-বায়)।

হীৰেন ফুকন

পী-নঙ তাঙ মৗঙ ঐ,নেও চাই দী,আমাৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ,Some published books of T.L.C.S.C...
11/06/2023

পী-নঙ তাঙ মৗঙ ঐ,
নেও চাই দী,

আমাৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ,
Some published books of T.L.C.S.C...

Address

Mathurapur, Sibságar Road
Sibságar Road
785689

Telephone

+919854562340

Website

Alerts

Be the first to know and let us send you an email when Tai Language & Cultural Study Centre Mathurapur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category