NIE HO

NIE HO SPECIAL OPPORTUNITY FOR HS AND HSLC CANDIDATES
COMPUTER COURSE : CCA, DCA, DFA, PGDCA, DOMM, DITM, CT

15/05/2026

💻 𝐔𝐩𝐠𝐫𝐚𝐝𝐞 𝐘𝐨𝐮𝐫 𝐅𝐮𝐭𝐮𝐫𝐞 𝐰𝐢𝐭𝐡 𝐂𝐨𝐦𝐩𝐮𝐭𝐞𝐫 & 𝐀𝐈 𝐒𝐤𝐢𝐥𝐥𝐬. ✨

𝐀𝐃𝐂𝐀 + 𝐀𝐈 (𝐀𝐝𝐯𝐚𝐧𝐜𝐞 𝐃𝐢𝐩𝐥𝐨𝐦𝐚 𝐢𝐧 𝐂𝐨𝐦𝐩𝐮𝐭𝐞𝐫 𝐀𝐩𝐩𝐥𝐢𝐜𝐚𝐭𝐢𝐨𝐧 𝐰𝐢𝐭𝐡 𝐀𝐈)

✔ 𝐁𝐚𝐬𝐢𝐜 𝐭𝐨 𝐀𝐝𝐯𝐚𝐧𝐜𝐞𝐝 𝐂𝐨𝐦𝐩𝐮𝐭𝐞𝐫 𝐓𝐫𝐚𝐢𝐧𝐢𝐧𝐠
✔ 𝐏𝐫𝐚𝐜𝐭𝐢𝐜𝐚𝐥 𝐒𝐨𝐟𝐭𝐰𝐚𝐫𝐞 𝐒𝐤𝐢𝐥𝐥𝐬
✔ 𝐀𝐫𝐭𝐢𝐟𝐢𝐜𝐢𝐚𝐥 𝐈𝐧𝐭𝐞𝐥𝐥𝐢𝐠𝐞𝐧𝐜𝐞 (𝐀𝐈) 𝐋𝐞𝐚𝐫𝐧𝐢𝐧𝐠
✔ 𝐂𝐚𝐫𝐞𝐞𝐫-𝐎𝐫𝐢𝐞𝐧𝐭𝐞𝐝 𝐂𝐨𝐮𝐫𝐬𝐞

📅 𝐀𝐝𝐦𝐢𝐬𝐬𝐢𝐨𝐧 𝐎𝐩𝐞𝐧: 𝟐𝟎𝟐𝟔–𝟐𝟕
📞 𝟗𝟗𝟓𝟕𝟓𝟐𝟒𝟖𝟕𝟏 𝐨𝐫 𝟕𝟎𝟎𝟐𝟖𝟒𝟑𝟑𝟐𝟏

02/05/2026

আজিৰ প্ৰতিযোগিতামূলক যুগত কেৱল Degree নহয়, Skill আৰু Practical Knowledge-এই আপোনাক আগবঢ়াই নিব।

এই কথাখিনি মনত ৰাখি আমাৰ নতুন প্ৰচেষ্টা —
✨ Advance Diploma in Computer Application with AI (ADCA + AI) ✨

📚 এই কোর্সত আপুনি লাভ কৰিব—
✔ Computer Basic ৰ পৰা Advance পৰ্যন্ত সম্পূৰ্ণ জ্ঞান
✔ Practical Software Training (Hands-on experience)
✔ Artificial Intelligence (AI) ৰ আধুনিক ব্যৱহাৰ
✔ Job & Career-oriented Skill Development

🚀 আপোনাৰ সফলতা আৰম্ভ হয় সঠিক সিদ্ধান্তৰ পৰা।

📅 2026–27 শিক্ষা বৰ্ষৰ নামভৰ্তি আৰম্ভ হৈছে

📞 আজিয়েই যোগাযোগ কৰক:
📱 7002843321 / 9957524871

✨ “আজিৰ সঠিক পদক্ষেপে কালিৰ সফলতা নিশ্চিত কৰে।”

২০২৬ বৰ্ষৰ HSLC পৰীক্ষাত উত্তীৰ্ণ সকলো শিক্ষাৰ্থীকNetaji IT and Educationৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।তোমালোকৰ এই...
10/04/2026

২০২৬ বৰ্ষৰ HSLC পৰীক্ষাত উত্তীৰ্ণ সকলো শিক্ষাৰ্থীক
Netaji IT and Educationৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।

তোমালোকৰ এই সফলতাই আগন্তুক দিনসমূহত নতুন সুযোগ মুকলি কৰক।

যিসকলে আশা কৰা ধৰণে ফলাফল লাভ কৰিব নোৱাৰিলা, হতাশ নহ’ব—
কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলেৰে আগবাঢ়া, সফলতা নিশ্চিত।

💻 সময়ৰ সৈতে আগবাঢ়ক — শিকক Computer Application আৰু Artificial Intelligence (AI) একেলগে |আমাৰ নতুন প্ৰচেষ্টা —✨ Advance D...
06/04/2026

💻 সময়ৰ সৈতে আগবাঢ়ক — শিকক Computer Application আৰু Artificial Intelligence (AI) একেলগে |

আমাৰ নতুন প্ৰচেষ্টা —
✨ Advance Diploma in Computer Application with AI (ADCA + AI) ✨

📚 এই কোর্সত আপুনি লাভ কৰিব—
✔ Computer Basic ৰ পৰা Advance জ্ঞান
✔ Practical Software Training
✔ AI ৰ আধুনিক ব্যৱহাৰ
✔ Career-oriented Skill Development

🚀 আপোনাৰ ভৱিষ্যৎ কেৱল Degree নহয়, Skill ৰ ওপৰত নিৰ্ভৰ কৰে |

📅 2026–27 শিক্ষা বৰ্ষৰ নামভৰ্তি আৰম্ভ হৈছে

📞 যোগাযোগ কৰক আজিয়েই:
📱 7002843321 / 9957524871

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সকলৰ বাবে এটা সুবৰ্ণ সুযোগ |আজিৰ ডিজিটেল যুগত Artificial Intelligence (AI) হৈছে...
29/03/2026

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সকলৰ বাবে এটা সুবৰ্ণ সুযোগ |

আজিৰ ডিজিটেল যুগত Artificial Intelligence (AI) হৈছে ভৱিষ্যতৰ মূল শক্তি। শিক্ষা, চাকৰি, ব্যৱসায়—প্ৰতিটো ক্ষেত্ৰতে AIৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে। এতিয়া AI শিকি আপুনি আগবাঢ়ক সময়ৰ লগত 🚀

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে আমাৰ প্ৰতিষ্ঠানত আধুনিক আৰু চাকৰি-মুখী বিভিন্ন কম্পিউটাৰ কোৰ্চৰ লগতে AI পাঠ্যক্ৰম সংযোগ কৰা হৈছে—

✨ বিশেষ কোৰ্চ: ADCA (Advance Diploma in Computer Application) with AI

💡 AI কিয় গুৰুত্বপূর্ণ?
✔️ ভৱিষ্যতত চাকৰিৰ বাবে অতি প্ৰয়োজনীয় দক্ষতা
✔️ Smart Technology, Automation আৰু Digital Worldত আগবাঢ়িবলৈ সহায় কৰে
✔️ Freelancer, Startup আৰু IT Sectorত অসংখ্য সুযোগ সৃষ্টি কৰে

💡 কিয় আমাৰ সৈতে যোগ দিব?
✔️ অভিজ্ঞ শিক্ষকদল
✔️ প্ৰায়োগিক আৰু Project-based শিকণ
✔️ আধুনিক কম্পিউটাৰ লেব
✔️ সুলভ মাচুলত গুণগত শিক্ষা

📞 নামভৰ্তিৰ বাবে আজিয়েই যোগাযোগ কৰক:
📱 7002843321 | 9957524871

“আজিৰ দিনত AI শিকাটো কেৱল এটা দক্ষতা নহয়, ই ভৱিষ্যতক নিজৰ হাতত লোৱাৰ এক শক্তিশালী উপায়।”

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সকলৰ বাবে বিশেষ সুযোগ2026-27 শিক্ষা বৰ্ষৰ বাবে বিভিন্ন কম্পিউটাৰ কোৰ্চ যেনে 𝐂𝐂𝐀...
28/03/2026

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সকলৰ বাবে বিশেষ সুযোগ

2026-27 শিক্ষা বৰ্ষৰ বাবে বিভিন্ন কম্পিউটাৰ কোৰ্চ যেনে 𝐂𝐂𝐀, 𝐃𝐂𝐀, 𝐀𝐃𝐂𝐀, 𝐃𝐅𝐀, 𝐀𝐃𝐅𝐀, 𝐃𝐈𝐓𝐌 আদি কোৰ্চৰ নামভৰ্তি চলি আছে, নামভৰ্তিৰ বাবে যোগাযোগ কৰক : 𝟕𝟎𝟎𝟐𝟖𝟒𝟑𝟑𝟐𝟏, 𝟗𝟗𝟓𝟕𝟓𝟐𝟒𝟖𝟕𝟏

Admission Open for Session 2026–27Enroll now and secure your future with quality education.📞 Contact: 9957524871 , 70028...
17/03/2026

Admission Open for Session 2026–27

Enroll now and secure your future with quality education.

📞 Contact: 9957524871 , 7002843321
🏢 Netaji IT & Education
Head Office: Sapatgram

🇮🇳 ৭৭তম গণৰাজ্য দিৱস উদ্‌যাপন 🇮🇳ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ জৰিয়তে ভাৰতৰ ৭৭তম গণৰাজ্য দিৱস গভীৰ গৌৰৱ আৰু সন্মানেৰে উদ্‌যা...
26/01/2026

🇮🇳 ৭৭তম গণৰাজ্য দিৱস উদ্‌যাপন 🇮🇳

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ জৰিয়তে ভাৰতৰ ৭৭তম গণৰাজ্য দিৱস গভীৰ গৌৰৱ আৰু সন্মানেৰে উদ্‌যাপন কৰা হয়। এই পবিত্ৰ দিনটোত আমি আমাৰ সংবিধান আৰু তাৰ আদৰ্শসমূহ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ।

“সংবিধানেই গণতন্ত্ৰৰ আত্মা।”

জয় হিন্দ 🇮🇳

𝐎𝐧 𝟏𝟐𝐭𝐡 𝐉𝐚𝐧𝐮𝐚𝐫𝐲 𝟐𝟎𝟐𝟓, 𝐨𝐧 𝐭𝐡𝐞 𝐚𝐮𝐬𝐩𝐢𝐜𝐢𝐨𝐮𝐬 𝐨𝐜𝐜𝐚𝐬𝐢𝐨𝐧 𝐨𝐟 𝐍𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐘𝐨𝐮𝐭𝐡 𝐃𝐚𝐲, 𝐜𝐨𝐦𝐦𝐞𝐦𝐨𝐫𝐚𝐭𝐢𝐧𝐠 𝐭𝐡𝐞 𝐛𝐢𝐫𝐭𝐡 𝐚𝐧𝐧𝐢𝐯𝐞𝐫𝐬𝐚𝐫𝐲 𝐨𝐟 𝐒𝐰𝐚𝐦𝐢 𝐕𝐢𝐯...
19/01/2026

𝐎𝐧 𝟏𝟐𝐭𝐡 𝐉𝐚𝐧𝐮𝐚𝐫𝐲 𝟐𝟎𝟐𝟓, 𝐨𝐧 𝐭𝐡𝐞 𝐚𝐮𝐬𝐩𝐢𝐜𝐢𝐨𝐮𝐬 𝐨𝐜𝐜𝐚𝐬𝐢𝐨𝐧 𝐨𝐟 𝐍𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐘𝐨𝐮𝐭𝐡 𝐃𝐚𝐲, 𝐜𝐨𝐦𝐦𝐞𝐦𝐨𝐫𝐚𝐭𝐢𝐧𝐠 𝐭𝐡𝐞 𝐛𝐢𝐫𝐭𝐡 𝐚𝐧𝐧𝐢𝐯𝐞𝐫𝐬𝐚𝐫𝐲 𝐨𝐟 𝐒𝐰𝐚𝐦𝐢 𝐕𝐢𝐯𝐞𝐤𝐚𝐧𝐚𝐧𝐝𝐚, 𝐚𝐧 𝐈𝐧𝐭𝐞𝐫-𝐒𝐜𝐡𝐨𝐨𝐥 𝐃𝐞𝐛𝐚𝐭𝐞 𝐚𝐧𝐝 𝐐𝐮𝐢𝐳 𝐂𝐨𝐦𝐩𝐞𝐭𝐢𝐭𝐢𝐨𝐧 𝐰𝐚𝐬 𝐬𝐮𝐜𝐜𝐞𝐬𝐬𝐟𝐮𝐥𝐥𝐲 𝐨𝐫𝐠𝐚𝐧𝐢𝐳𝐞𝐝 𝐛𝐲 𝐊𝐚𝐜𝐡𝐚𝐫𝐢 𝐃𝐮𝐫𝐠𝐚𝐛𝐚𝐫𝐢 𝐢𝐧 𝐜𝐨𝐥𝐥𝐚𝐛𝐨𝐫𝐚𝐭𝐢𝐨𝐧 𝐰𝐢𝐭𝐡 𝐍𝐞𝐭𝐚𝐣𝐢 𝐈𝐓 𝐚𝐧𝐝 𝐄𝐝𝐮𝐜𝐚𝐭𝐢𝐨𝐧. 𝐓𝐡𝐞 𝐞𝐯𝐞𝐧𝐭 𝐢𝐧𝐬𝐩𝐢𝐫𝐞𝐝 𝐲𝐨𝐮𝐧𝐠 𝐦𝐢𝐧𝐝𝐬 𝐭𝐨 𝐭𝐡𝐢𝐧𝐤 𝐜𝐫𝐢𝐭𝐢𝐜𝐚𝐥𝐥𝐲, 𝐞𝐱𝐩𝐫𝐞𝐬𝐬 𝐢𝐝𝐞𝐚𝐬 𝐜𝐨𝐧𝐟𝐢𝐝𝐞𝐧𝐭𝐥𝐲 𝐚𝐧𝐝 𝐮𝐩𝐡𝐨𝐥𝐝 𝐭𝐡𝐞 𝐯𝐚𝐥𝐮𝐞𝐬 𝐨𝐟 𝐲𝐨𝐮𝐭𝐡 𝐞𝐦𝐩𝐨𝐰𝐞𝐫𝐦𝐞𝐧𝐭 𝐚𝐧𝐝 𝐢𝐧𝐭𝐞𝐥𝐥𝐞𝐜𝐭𝐮𝐚𝐥 𝐞𝐱𝐜𝐞𝐥𝐥𝐞𝐧𝐜𝐞 𝐞𝐧𝐯𝐢𝐬𝐢𝐨𝐧𝐞𝐝 𝐛𝐲 𝐒𝐰𝐚𝐦𝐢 𝐕𝐢𝐯𝐞𝐤𝐚𝐧𝐚𝐧𝐝𝐚.

Address

Sapatgram
783337

Website

Alerts

Be the first to know and let us send you an email when NIE HO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category