Bhagamur Jatiya Vidya Niketon

Bhagamur Jatiya Vidya Niketon “শিক্ষা হৈছে পৃথিৱীখন সলনি কৰিবলৈ ব্যৱহাৰ কৰিব পৰা আটাইতকৈ শক্তিশালী অস্ত্ৰ।”

20/08/2026

আল্লাৰ আটাইতকৈ পচন্দনীয় এবাদত।

ভগামুৰ জাতীয় বিদ্যা নিকেতন।
20/08/2026

ভগামুৰ জাতীয় বিদ্যা নিকেতন।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভগামুৰ জাতীয় বিদ্যা নিকেতনত চিত্ৰাংকণ  প্ৰতিযোগিতা  অনুষ্ঠিত হয় । স্থান প্ৰাপ্ত শিক্ষাৰ...
18/08/2026

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভগামুৰ জাতীয় বিদ্যা নিকেতনত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকলক মানপত্ৰ আৰু এটি বঁটাৰে সম্বৰ্ধনা জনোৱাৰ কিছু দৃশ্য ।

18/08/2026

📌 স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ইংৰাজী ভাষাত সুন্দৰ ভাষণ প্ৰদান ।

15/08/2026

📌 স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ইংৰাজী ভাষাত সুন্দৰ ভাষণ প্ৰদান কৰে।

15/08/2026

📌 স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সুন্দৰ ভাষণ প্ৰদান ইংৰাজী ভাষাত।

15/08/2026

📌 স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হিন্দী ভাষাত সুন্দৰ ভাষণ প্ৰদান

15/08/2026

আজি ৮০ সংখ্যক"স্বাধীনতা দিৱস" ৰ শুভক্ষণত ভগামুৰ জাতীয় বিদ্যা নিকেতনৰ অধ্যক্ষ মহোদয়ে দেশৰ শান্তি, প্ৰগতি আৰু স্বাভিমানৰ প্ৰতীক জাতীয় পতাকাখন উত্তোলন কৰে ।
স্বাধীনতা দিৱস হৈছে ভাৰতবাসীৰ বাবে এক সৰ্বশ্ৰেষ্ঠ গৌৰৱৰ দিন। স্বাধীনতা সংগ্ৰামী, নেতা তথা অগণন সাধাৰণ মানুহে মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ প্ৰাণ, সপোন আৰু আশা-আকাংক্ষা ত্যাগ কৰিছিল।

গতিকে আহক, আজিৰ এই দিনটোতে আমি সকলোৱে অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজ এখন গঢ়ি তোলাৰ যত্ন কৰোঁ #

Address

Bhagamur, Nagaon
Samaguri
782140

Telephone

+919365000378

Website

Alerts

Be the first to know and let us send you an email when Bhagamur Jatiya Vidya Niketon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bhagamur Jatiya Vidya Niketon:

Shortcuts

Share